কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভৃঙ্গbhring.goCommon Noun
A kind of flying insects of the genus Bombus in the family Apidae. They are social insects that are characterized by black and yellow body hairs, often in bands
- ভৃঙ্গৰাজbhring.go.rajProper Noun
মাটিকাদুৰিৰ গঢ়ৰ এবিধ মোহাৰিলে ক’লা হোৱা বন।
It is an annual, erect or prostate entirely pubescent herb, often rooting at nodes with opposite, sessile, usually oblong, 2.5 - 7.5 cm long leaves with white appressed hairs having Floral heads 6-8 mm in diameter, solitary, white, achene compressed and narrowly winged.
- ভৃত্যbhri.tyoCommon Noun
ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
one who serves others for monetary compensation.
- ভৃত্যত্বbhri.tyot.twoVerbal Noun
চাকৰৰ কৰ্ম বা ব্যৱসায় ৷
The state of being under the control of another person.
- ভেbheNoun
ল'ৰাই মুখ মেলি কান্দোতে হোবাৰ শব্দ
an imitative word used to express the sound like that of the crying of a child with its mouth open
- ভেঁAbstract Noun
সৰু ল'ৰা-ছোৱালীয়ে মুখ মেলি কান্দোঁতে হোৱা শব্দ
an imitative sound of a child`s cry.
- ভেঁকুৰbhe~.kurCommon Noun
য়ুকেৰিয়ট বংশৰ একধৰণৰ এককোষী বা বহুকোষী জীৱ| কাঠফুলা,ইষ্ট আদিবোৰ ভেঁকুৰৰ বিভিন্ন প্ৰকাৰ
Spongy morbid organism of the kingdom of eukaryotic organisms that feeds on organic matter. Mushrooms, molds and yeasts are different kinds of fungus
- ভেঁকুৰনাশকbhe~.kur.na.xokCommon Noun
ভেঁকুৰ নাশ কৰাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰব্য বা মিশ্ৰণ
a substance or preparation, as a spray or dust, used for destroying fungi
- ভেঁকুৰবিজ্ঞানAbstract Noun
ভেঁকুৰ সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা
the branch of biology that deals with fungi
- ভেঁকো-ভাওনাAbstract Noun
অতিৰঞ্জন বা বিকৃতিৰ দ্বাৰা কোনো ব্যক্তিৰ চেহেৰা, মাত বা আচৰণক ব্যংগকৰণ
a likeness of a person`s appearance, voice, or behaviour so exaggerated as to be ridiculous
- ভেঁটbhem̐ṭaNoun
কুমুদ; পানীৰ তলৰ মাটিৰপৰা গজি ওলোবা এবিধ উদ্ভিদ [ইয়াৰ গুৰিত আলুগুটিৰ নিচিনা একোটা মূল (শেলুক) হয়; দীঘল ঠাৰি মেলি পানীৰ ওপৰত পাত আৰু ফুল মেলে; এজাতিৰ ফুল বগা আৰু আন জাতিৰ ৰঙা।]
the water lily; Nymphaea lotus
- ভেঁটনিbhe~.to.niMaterial Noun
বহুত ভেট ফুল থকা ঠাই।
a place abounding with water lilies.
- ভেঁটফুলbhe~t.phulCommon Noun
any of various plants of genus Lilium with a large, bell-shaped flower on a long stem
- ভেঁটাইbhe~.taiCommon Noun
any of various plants of genus Lilium with a large, bell-shaped flower on a long stem
- ভেঁটিbhe~.tiAbstract Noun
The base on which a building is constructed
- ভেঁটীbhe~.tiAbstract Noun
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে দিয়া বা লোৱা ধন অথবা উপহাৰ
Money or gift given or taken in return of undue favour
- ভেঁহনিbhe~.ho.niAbstract Noun
অতিষ্ঠ হৈ বা মনোৰঞ্জনৰ উদ্দেশ্যে মুখত ভাঁজ দি দেখুওৱা
distortion of face made in disgust etc. or to amuse.
- ভেউbheuNoun
আৰি মাছৰ সদৱশ এবিধ বাকলি নাইকিয়া নৈত থকা ডাঙৰ মাছ
a kind of large fish; Rita buchanani
- ভেউ ভেউbheu, bheuNoun
কুকুৰৰ মাতৰ নিচিনা শব্দ
an imitative word used to express the sound of barking of a dog
- ভেকbhekaNoun
বেং; ভেকুলী; ভেকোলা
a frog