← ফুৰি যাওক

ভেঁট

bhem̐ṭa

অৰ্থ

1.

কুমুদ; পানীৰ তলৰ মাটিৰপৰা গজি ওলোবা এবিধ উদ্ভিদ [ইয়াৰ গুৰিত আলুগুটিৰ নিচিনা একোটা মূল (শেলুক) হয়; দীঘল ঠাৰি মেলি পানীৰ ওপৰত পাত আৰু ফুল মেলে; এজাতিৰ ফুল বগা আৰু আন জাতিৰ ৰঙা।]

the water lily; Nymphaea lotus

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ