কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাইbāiNoun
একে পিতা বা দদাই আদিৰপৰা ওপজা বয়সত ডাঙৰ ছোবালী
an elder sister
- বাই-শাহুbai-xa.huCommon Noun
পত্নী বা পতিৰ বায়েক|
elder sister of one's wife or husband.
- বাইকbāikaNoun
বাক্য
word; speech
- বাইচbāicaNoun
চাঁচ
a carpenter's adze
- বাইচাbāicāNoun
যি নাও বায়; যেনে-"আশীজন বাইচা তাহান লগে দিলা" (শঙ্কৰ-চৰিত)
a rower
- বাইচাইকেলbai.sai.kelMaterial Noun
ভৰিৰে পেডেল মাৰি চলোৱা দুচকীয়া যান৷
a vehicle with two wheels in tandem, usually propelled by pedals connected to the rear wheel by a chain, and having handlebars for steering and a saddlelike seat
- বাইচাওbāicāoNoun
গিৰিয়েকৰ বায়েক
husband's elder sister
- বাইচাদেওbāicādeoNoun
গিৰিয়েকৰ বায়েক
husband's elder sister
- বাইচেপচ্bai.sepsMaterial Noun
বাউসিৰ সমুখভাগৰ মাংসপেশী।
Any skeletal muscle having two origins (but especially the muscle that flexes the forearm).
- বাইছbaisAbstract Noun
একুৰিতকৈ দুই বেছি৷
two more than twenty,the symbol denoting 22(২২ in Assamese)
- বাইছ(শ)bāicha(śa)Noun
দুই অধিক কুৰি
twenty-two
- বাইছিন’ছিছNoun
বাইছিন’ছিছ
বাইছিন’ছিছ
- বাইটbyteAbstract Noun
a unit of computer information or data-storage capacity that consists of a group of eight bits and that is used especially to represent an alphanumeric character
- বাইটিNoun
বায়েকক বা বয়সত ডাঙৰ তিৰোতাক চেনেহেৰে মতা মাত
an affectionate form of addressing an elder sister or an elderly woman
- বাইদেউbai.dewCommon Noun
বক্তাৰ সৈতে পিতৃ-মাতৃৰ উভয়ে বা এজন উমৈহতীয়া থকা এগৰাকী বয়সত ডাঙৰ মহিলা
An <B>older</B> female having the same parents or one parent in common with the speaker.
- বাইনাbāināNoun
অগ্ৰিম মূল্য
earnest money
- বাইন’কুলাৰbai.no``.ku.larMaterial Noun
A pair of field glasses, an instrument with two eyepieces that make distant objects seem nearer.
- বাইবেলbāibelaNoun
খ্ৰিষ্টিয়ানসকলৰ প্ৰধান ধৰ্ম্ম-পুথি; ধৰ্ম্ম-পুস্তক
The Bible
- বাইলুংbāilumNoun
আহোম ধৰ্ম্ম-সম্বন্ধীয় পণ্ডিত।
- বাইশba.ixAbstract Noun
একুৰিতকৈ দুই বেছি৷
two more than twenty,the symbol denoting 22(২২ in Assamese)