← ফুৰি যাওক

বাই

bāi

অৰ্থ

1.

একে পিতা বা দদাই আদিৰপৰা ওপজা বয়সত ডাঙৰ ছোবালী

an elder sister

বি.

2.

বয়সত ডাঙৰ সাধাৰণ তিৰোতাক মতা মাত (সম্ভ্ৰমত হ'লে বাইদেও-বাইদেউ বোলে)

a form of addressing an elder woman

বি.

3.

নাচনী তোৰিতা

a dancing girl or woman

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ