কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমুদ্ৰবল্লভাxo.mud.ro.bol.lo.bhaMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- সমুদ্ৰবিজ্ঞানAbstract Noun
পৃথিৱীৰ সাগৰ, মহাসাগৰ আদি সম্পৰ্কে অধ্যয়ন কৰা ভূবিদ্যাৰ এক ভাগ ৷ সামুদ্ৰিক জীৱ আৰু পৰিৱেশতত্ব, সাগৰীয় সোঁত, ঢৌ আদি, সাগৰৰ তলি আৰু অন্যান্য সামুদ্ৰিক ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়া আদি বিভিন্ন বিষয় এই বিদ্যাই সামৰি লয় ৷
a branch of Earth Sciences that studies the Earth's oceans and seas. It covers a wide range of topics, including marine organisms and ecosystem dynamics; ocean currents, waves, and geophysical fluid dynamics; plate tectonics and the geology of the sea floor; and fluxes of various chemical substances and physical properties within the ocean and across its boundaries.
- সমুদ্ৰযাত্ৰাxo.mu.dro.ja.traCommon Noun
সাগৰ, মহাসাগৰেৰে দূৰণিলৈ কৰা যাত্ৰা ৷
A long journey to a foreign or distant place, especially by sea.
- সমুদ্ৰসঙ্গমAbstract Noun
সাগৰত লগ-লগাৰ সময়ত নদীৰ বহল মুখ
Wide tidal river mouth, where a river meets a sea
- সমুদ্ৰসৈকতAbstract Noun
সাধাৰণতে বালি, শিল আদিৰে ভৰি থকা সাগৰৰ পাৰ।
The the edge of a sea, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
- সমুন্নয়samunnaẏaNoun
ওখ বা উন্নত কৰা কাৰ্য্য; সমুন্নত বিণ. অতি উন্নত।
- সমুন্নয়নxo.mun.no.yonAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- সমুন্নয়ন কৰAbstract Noun
a tax on real property, for use by a government for the improvement of public property.
- সমুন্নয়ন-কৰাৰোপনAbstract Noun
সমুন্নয়ন-কৰাৰোপন হৈছে ৰাজহুৱা আন্তঃগাঁথনি বিনিয়োগৰ বাবে মূল্য বৃদ্ধি পোৱা মাটিৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ বা মাচুল৷
A form of tax or a fee levied on land that has gained in value because of public infrastructure investments.
- সমুপোটনAbstract Noun
In algebraic geometry, elimination theory is the classical name for algorithmic approaches to eliminating between polynomials of several variables.
- সমুৎপাটনsamutpāṭanaNoun
ছিঙি বা উভালি পেলোবা কাৰ্য্য; ধ্বংসকৰণ; ; সমুৎপাট কৰ্; বিণ. সমুৎপাটিত ছিঙি-ভাঙি পেলোৰা; উভলা; নষ্ট কৰা।
the act of plucking off, uprooting or destorying
- সমূচ্ছেদsamūcchedaNoun
ভালদৰে উচ্ছেদ কৰা; নিৰ্ম্মুল কৰা।
- সমূহsamūhaNoun
গণ; জাক; জুম; একে লগে থকা বহুত মানুহ, জন্ত্ত বা বস্ত্ত; বহু সংখ্যা
multitude; assemblage; a large number
- সমূহীয়া কেন্দ্ৰxo.mu.hi.ya ken.droCommon Noun
খেল, সামাজিক, সাংস্কৃতিক কাম কাজ আদিৰ বাবে কোনো অঞ্চলৰ বাসিন্দা সকল একেলগ হৈ মিলিব আৰু কাম কৰিব পৰা ৰাজহুৱা স্থান৷
a place where people from the same area/locality meet for socio-cultural, educational or sports activities.
- সমূহীয়া শয়নকক্ষxo.mu.hi.ya xo.yon.ko.khyoCommon Noun
একেলগে কেইবাজনো লোক শুব পৰা ডাঙৰ কোঠা৷
a big room where several people sleep.
- সমৃদ্ধকৰণxo.mrid.dho.ko.ronVerbal Noun
সমৃদ্ধ বা চহকী কৰা কাৰ্য্য
an act of enriching
- সমৃদ্ধিxo.mrid.dhiAbstract Noun
ধন-সম্পত্তি আদি আহৰণত সফলতা প্ৰাপ্তি, বৈষয়িক উন্নতি হোৱা
the state of being successful, especially material or financial success; good fortune
- সমোন্নতি কৃষিVerbal Noun
হেলনীয়া পথাৰৰ হেলনৰ দাঁতিত বা তাৰ কাষত মাটি চহাই কৰা খেতি
the practice of tillage, planting, and other farming operations performed on or near the contour of the field slope
- সমোন্নতি মানচিত্ৰAbstract Noun
উপত্যকা আৰু পাহাৰ তথা হেলনৰ প্ৰকৃতি আদি প্ৰতিফলিত হোৱাকৈ সমোন্নতি ৰেখাৰে অঁকা ভূমিৰ মানচিত্ৰ
a map illustrated with contour lines, which thus shows valleys and hills, and the steepness or gentleness of slopes
- সমোষ্ণ মণ্ডলNoun
সমোষ্ণ মণ্ডল
সমোষ্ণ মণ্ডল