কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শুদ্ধোদনśuddhodanaNoun
বুদ্ধদেবৰ বাপেকৰ নাম [তেওঁ এজন সূৰ্য্যবংশী ৰজা আছিল।]
the name of the father of Lord Buddha
- শুধিśudhiNoun
শুদ্ধ বা পবিত্ৰ হোবা কাৰ্য্য; অশুচি শুচি শুচি হোবা কাৰ্য্য
act of becoming ceremonially clean
- শুধৰণিśudharaṇiNoun
সংশোধন কৰা ভুলৰ তালিকা
list of errata
- শুনxunCommon Noun
শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু
A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds.
- শুনকxu.nokCommon Noun

- শুনানিśunāniNoun
শুনা কাম; বিচাৰত বাদী-বিবাদীৰ কথা শুনা কাম
hearing
- শুনিxu.niCommon Noun
শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু
A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds.
- শুন্ঠিxun.thiMaterial Noun
মানুহে মুখ শুদ্ধিৰ বাবে ব্যৱহাৰ কৰা সৰু সৰু শুকান আদাৰ টুকুৰা ৷
Small dry ginger pieces people use as a mouth refreshner.
- শুন্ঠীxun.thiMaterial Noun
মানুহে মুখ শুদ্ধিৰ বাবে ব্যৱহাৰ কৰা সৰু সৰু শুকান আদাৰ টুকুৰা ৷
Small dry ginger pieces people use as a mouth refreshner.
- শুবৰ সময়xu.bor xo.moyAbstract Noun
শুবৰ বাবে বিছনালৈ যোৱা সময়৷
the time to go to bed to slip.
- শুভśubhaNoun
মঙ্গল; কুশল
good luck
- শুভ আবেলিNoun
Exclamation used when you see somebody for the first time in the afternoon.
- শুভ সন্ধিয়াAbstract Noun
Expressing good wishes on meeting or parting during the evening.
- শুভ-দিনxu.bho-dinCommon Noun
ধৰ্মীয় উত্সৱ পালনৰ বাবে ধাৰ্য্য কৰা দিন
A day specified for religious observance.
- শুভ-মুহূৰ্ত্তxu.bho-mu.hur.toAbstract Noun
অতি ভাল মুহূৰ্ত্ত, যি সৌভাগ্য কঢ়িয়াই আনিব পাৰে
an auspicious moment or a moment that can bring fortune
- শুভংকৰীxu.bhong.ko.riProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শুভকামনাxu.bho.ka.mo.naAbstract Noun
আনৰ হিত বাঞ্ছা কৰি শুভেচ্ছা জনাই ব্যক্ত কৰা বাৰ্তা বা বাণী ৷
A goodwill message that has been conveyed either in written or unwritten form.
- শুভক্ষণxu.bho.khyonAbstract Noun
কোনো ভাল উপযুক্ত সময় ৷
a good prosperous time.
- শুভঙ্কৰxu.bhong.korMaterial Noun
কোনো সংস্থা, দল, প্ৰতিযোগিতা আদিয়ে শুভেচ্ছাৰ প্ৰতীক হিচাবে গ্ৰহণ কৰা ব্যক্তি, জন্তু, চৰাই বা আন কোনো বস্তু ৷
A person, animal, bird or thing that is supposed to bring good luck, especially one linked to a particular organization, team or event.
- শুভচিন্তকxu.bho.sin.tokCommon Noun
মঙ্গল চিন্তা কৰা, লোকৰ ভাল কামনা কৰা ব্যক্তি |
Someone who shares your feelings or opinions and hopes that you will be successful.