← ফুৰি যাওক

শুন্ঠি

xun.thi

অৰ্থ

1.

মানুহে মুখ শুদ্ধিৰ বাবে ব্যৱহাৰ কৰা সৰু সৰু শুকান আদাৰ টুকুৰা ৷

Small dry ginger pieces people use as a mouth refreshner.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শুন্ঠি · অসমীয়া অভিধান