কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিদ্ৰাবাণNoun
মন্ত্ৰেৰে টোপনি ধৰোবা; বাণ মাৰি নিদ্ৰিত কৰা
causing sleep by incantation
- নিদ্ৰাবিজ্ঞানAbstract Noun
টোপনিৰ বৈজ্ঞানিক অধ্যয়ন
the scientific study of sleep
- নিদ্ৰাভঙ্গnidrābhaṅgaNoun
টোপনি ভগা।
- নিদ্ৰামগ্নnid.ra.mog.noAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- নিদ্ৰালুতাni.dra.lu.taAbstract Noun
টোপনিয়াই থকা গুণ৷
the quality of being sleepy.
- নিদ্ৰাহীনতাni.dra.hi.no.taAbstract Noun
যথেষ্ট বা সঠিকভাৱে টোপনি যাব নোৱৰা অৱস্থা।
inability to have proper or sufficient sleep.
- নিদ্ৰাৱিষ্টnid.ra.bis.toAbstract Noun
টোপনি যোৱা অৱস্থা
in or into a state of sleep
- নিদৰ্শনnidarśanaNoun
উদাহৰণ; দৱষ্টান্ত
illustration; example
- নিদৰ্শনীNoun
সূচী।
- নিধকালিni.dho.ka.liAbstract Noun
নিজৰ শক্তিৰ বিষয়ে বিৱেচনা নকৰি আৰু লাজলৈ ভয় নকৰি কামলৈ আগ বাঢ়ি ফুৰা গুণ|
The trait of being rude and impertinent; inclined to take liberties; an offensive disrespectful impudent act.
- নিধাৰ্যni.dhar.jyoAbstract Noun
প্ৰমানেৰে স্থিৰ কৰিবলগা ।
A new scientific idea to be established by proof. A tentative explanation for an observation, phenomenon, or scientific problem that can be tested by further investigation. Something taken to be true for the purpose of argument or nvestigation; an assumption.
- নিধিnidhi
বহুমূলীয়া বস্ত্ত; ৰত্ন; কুবেৰৰ ভঁৰালৰ ৰত্ন; যেনে -"নবনিধি"
a precious thing; a gem; one of the nine gems of Kuvera
- নিধিনাথni.dhi.nathProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- নিধিপতিni.dhi.po.tiProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- নিধীশni.dhixProper Noun
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
- নিধুবনnidhubanaNoun
মৈথুন; ক্ৰীড়া।
- নিনপাৰীninapārīNoun
গেদ্গেদী মাছ।
- নিনাদninādaNoun
ধ্বনি; শব্দ
sound; roar
- নিন্দnindaNoun
নিদ্ৰা
sleep
- নিন্দকNoun
নিন্দা কৰা মানুহ; যি নিন্দা কৰে
a reviler