← ফুৰি যাওক

নিধি

nidhi

অৰ্থ

1.

বহুমূলীয়া বস্ত্ত; ৰত্ন; কুবেৰৰ ভঁৰালৰ ৰত্ন; যেনে -"নবনিধি"

a precious thing; a gem; one of the nine gems of Kuvera

2.

সম্পদ; বিত্ত

treasure; fund

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিধি · অসমীয়া অভিধান