কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিশেষbiśeṣaAdjective
ঘাই; প্ৰধান; সাধাৰণ নোহোবা
principal; special; nor common
- বিশেষণ-বৰ্জিতbi.xe.xon-bor.jitVerbal Adj.
প্ৰয়োজনীয় বিশিষ্ট গুণ নথকা।
lack of quality or essential distinctive characteristics.
- বিশেষত্ব-বৰ্জিতbi.xe.xot.to-bor.jitProper Adj.
সবাতোকৈ সৰল আৰু সৰ্বনিম্ন, যি এক ভিত্তি বা ভেঁটিৰূপে কাম কৰে।
Simplest or lowest in level that serves as a base.
- বিশেষত্বহীনbi.xe.xot.to.hinProper Adj.
সবাতোকৈ সৰল আৰু সৰ্বনিম্ন, যি এক ভিত্তি বা ভেঁটিৰূপে কাম কৰে।
Simplest or lowest in level that serves as a base.
- বিশোধকProper Adj.
প্ৰবল আৱেগৰ মুক্ত প্ৰকাশৰ জৰিয়তে মানসিক সকাহ দিয়া
giving psychological relief through the open expression of strong emotions
- বিশ্বজনীনbos.wo.jo.ninProper Adj.
সকলো স্থান-কালৰ বাবে সঁচা, শুদ্ধ বা গ্ৰহণীয়
right,true or acceptable to all places and times
- বিশ্বজুৰিProper Adj.
Expanding or speading whole world
- বিশ্বজোৰাbis.wo.jo`.raProper Adj.
Expanding or speading whole world
- বিশ্বন্তbiśbantaAdjective
বিশ্বাসী
truthworthy
- বিশ্ববিখ্যাতbis.wo.bi.khyatProper Adj.
গোটেই পৃথিৱীতে জনাজাত
famous all over the world
- বিশ্ববিশ্ৰুতbis.wo.bis.rutProper Adj.
গোটেই পৃথিৱীতে জনাজাত
famous all over the world
- বিশ্বব্যাপকbis.wo.bya.pokProper Adj.
Expanding or speading whole world
- বিশ্বব্যাপীbiśbabyāpīAdjective
জগতৰ ব্যাপি থকা; জগত জুৰি হোবা
all pervading; the world-wide
- বিশ্বসনীয়bi.swo.xo.ni.yoProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- বিশ্বস্তbis.wos.toProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- বিশ্বাস-পাত্ৰbis.wax-pat.roProper Adj.
আস্থা ৰখাৰ যোগ্য কোনো ব্যক্তি ৷
One who is worthy of trust or belief.
- বিশ্বাসঘাতকAdjective
গোপনীয় কথা প্ৰকাশ কৰোঁতা; বিশ্বাস ভাঙি অনিষ্ট কৰোঁতা; . বিণ. গুপ্ত কথা প্ৰকাশ কৰা বা বিশ্বাস ভাঙি অনিষ্ট কৰা
a traitor; one betraying trust ; treacherous; betraying confidence
- বিশ্বাসঘাতকীAdjective
গোপনীয় কথা প্ৰকাশ কৰোঁতা; বিশ্বাস ভাঙি অনিষ্ট কৰোঁতা; . বিণ. গুপ্ত কথা প্ৰকাশ কৰা বা বিশ্বাস ভাঙি অনিষ্ট কৰা
a traitor; one betraying trust ; treacherous; betraying confidence
- বিশ্বাসঘাতীAdjective
গোপনীয় কথা প্ৰকাশ কৰোঁতা; বিশ্বাস ভাঙি অনিষ্ট কৰোঁতা; . বিণ. গুপ্ত কথা প্ৰকাশ কৰা বা বিশ্বাস ভাঙি অনিষ্ট কৰা
a traitor; one betraying trust ; treacherous; betraying confidence
- বিশ্বাসযোগ্যbis.sax.jo`.gyoProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon