← ফুৰি যাওক

বিশ্বাসঘাতী

অৰ্থ

1.

গোপনীয় কথা প্ৰকাশ কৰোঁতা; বিশ্বাস ভাঙি অনিষ্ট কৰোঁতা; . বিণ. গুপ্ত কথা প্ৰকাশ কৰা বা বিশ্বাস ভাঙি অনিষ্ট কৰা

a traitor; one betraying trust ; treacherous; betraying confidence

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিশ্বাসঘাতী · অসমীয়া অভিধান