কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিলাসবহুলbi.lax.bo.hulProper Adj.
অতিশয় আৰামদায়ক বা আভিজাত্যপূৰ্ণ জীৱনৰ উপযোগী৷
Extremely comfortable or conductive to sumptuous living.
- বিলাসিতbilāsitaAdjective
ধুনীয়া; মন মুগ্ধ কৰা; যেনে-"মায়া বল্লভ বাল বিলাসিত নিৰ্জিত নিৰ্জৰ বৈৰী" (বৰগীত)।
- বিলাসীAdjective
ধুন-পেচ আদি ভাল পোবা; ইন্দ্ৰিয়-সুখত আসক্ত
indulging in sensual pleasures; luxurious
- বিলীনbilīnaAdjective
দ্ৰব হৈ মিহলি হোবা; একেলগ হোবা
absorbed; blended with, merged in
- বিলুপ্তbiluptaAdjective
লুপ্ত।
- বিলুলিতbilulitaAdjective
ওলমি লৰি থকা
swinging
- বিলোকিতbi.lo`.ki.toVerbal Adj.
যিটো ইতিমধ্যে দৰ্শন কৰা হৈছে।
That has already been seen.
- বিশদbiśadaAdjective
স্পষ্ট; পৰিষ্কাৰ
clear; lucid
- বিশালbiśālaAdjective
ডাঙৰ; বহল
large; broad
- বিশালাকায়bi.xa.la.kayProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বিশালাকাৰbi.xa.la.karProper Adj.
সচৰাচৰ আকৃতিতকৈ বহুগুণে বেছি ডাঙৰ
Of a size many times bigger than the average
- বিশালাক্ষীbiśālākṣīAdjective
আয়তনয়না; মনোৰম ডাঙৰ চকু থকা (স্ত্ৰী)।
- বিশাৰদbiśāradaAdjective
জনা-বুজা; পাৰ্গত
learned; skilled
- বিশিষ্টbiśiṣṭaAdjective
উত্তম; শ্ৰেষ্ঠ
superior; excellent
- বিশীৰ্ণbiśīrṇaAdjective
অতি ক্ষীণ।
- বিশুদ্ধbiśuddhaAdjective
নিজনি; নিকা; নিৰ্ম্মল
limpid; pure
- বিশুদ্ধবাদীbi.xud.dho.ba.diProper Adj.
যিসকলে কটকটীয়া সংজ্ঞা আৰু নিয়মৰ মাজত আবদ্ধ থাকিব খোজে৷
a person who insists on absolute adherence to traditional rules or structures, especially in language or style.an adherent of Purism.
- বিশৃংখলbis.ring.kholProper Adj.
ইফাল-সিফাল হৈ কোনো নিয়মমতে নথকা
found or occurring apart from others or as an isolated or casual instance; incidental or occasional
- বিশৃংখলকৈbi.sring.khol.koiVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.
- বিশৃংখলভাৱেbi.sring.khol.bha.beVerbal Adj.
কোনো শৃংখলা নোহোৱাকৈ।
in a disorderly manner.