← ফুৰি যাওক

বিশুদ্ধ

biśuddha

অৰ্থ

1.

নিজনি; নিকা; নিৰ্ম্মল

limpid; pure

বিণ.

2.

নিভাঁজ; মিহলি নথকা

pure; unalloyed

বিণ.

3.

শুচি

holy; stainless

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিশুদ্ধ · অসমীয়া অভিধান