কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সীমন্তিনীxi.mon.ti.niProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- সীমা সমীপxi.ma xo.mipVerbal Adj.
সীমা স্পৰ্শ কৰি থকা; একে সীমাত থকা।
ending at, to be close against. e.g. the house abut the road.
- সীমান্তবাসীxi.man.to.ba.xiProper Adj.
এখন দেশৰ সীমামূৰীয়া অঞ্চলত বাস কৰা লোক
a person living near the border of a country
- সীমান্তৱৰ্তীVerbal Adj.
সীমা বা প্ৰান্তত অৱস্থিত
at or constituting a border or edge
- সীমান্তৱৰ্ত্তীxi.man.to.bor.tiVerbal Adj.
সীমা বা প্ৰান্তত অৱস্থিত
at or constituting a border or edge
- সীমাবদ্ধxi.ma.bod.dhoProper Adj.
এটা সীমাৰে আগুৰা বা পৰিসীমিত
surrounded by or limited by a boundary
- সীমাবন্দীxi.ma.bon.diProper Adj.
যাক এডোখৰ ঠাইত মাথো চলা-ফুৰা কৰিবলৈ দিয়া হয়, তেনে ব্যক্তি |
One who is interned or confined, as a prisoner of war.
- সীমামূৰীয়াxi.ma.mu.ri.yaVerbal Adj.
সীমা স্পৰ্শ কৰি থকা; একে সীমাত থকা।
ending at, to be close against. e.g. the house abut the road.
- সীমাহীনxi.ma.hinProper Adj.
যাৰ পৰিধিৰ কোনো সীমা নাই
Something that does not have any limit in range or scope.
- সীমিতxi.mi.toProper Adj.
কোনো সীমাৰে বন্ধা
bound by some limits
- সু-সময়তProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- সুউচ্চxu.us.soProper Adj.
বহু বেছি ওখ ৷
Of very high vertical dimension of extension.
- সুকঠিনsukaṭhinaAdjective
অতিশয় কঠিন; বৰ টান
very difficult.
- সুকণ্ঠীxu.kon.thiProper Adj.
ভাল কণ্ঠস্বৰৰ অধিকাৰী
having a sweet, pleasant voice
- সুকপলীয়াxu.ko.po.li.yaProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- সুকলমsukalamaAdjective
উজু; ঢিলা; সহজ; সহজ-সাধ্য; বাধা-বাঘিনি নথকা; ; ক্ৰি. বিণ. সুকলমে
easy; not difficult ; with ease; without obstruction.
- সুকাঠীsukāṭhīAdjective
সাৰ থকা ৰ্বা ব্যবহাৰত বহু দিনলৈকে নষ্ট নোহোৰা, টান
hard and lasting (said of tree).
- সুকান্তxu.kan.toProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- সুকীয়াsukīẏāAdjective
আনৰ সম্পৰ্ক, অংশ বা ভাগ নথকা; নিজা; ক্ৰি. বিণ. সুকীয়াকৈ
separate; having no partner; one's own. ; separately.
- সুকীৰ্ত্তিজনকxu.kir.ti.o.nokProper Adj.
যি যশস্যা বৃদ্ধি কৰে বা খ্যাতি কঢ়িয়াই আনে
that which confers glory