কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহাকবিmahākabiNoun
দ্বিশ্ববঘেণ্য প্ৰতিভাশালী কবি
a great poet
- মহাকল্পmahākalpaNoun
"মহা-প্ৰলয়" চোবাঁ; যেনে-"মহাকল্প অবসানে মোৰ শৰীৰতে যাইবা লীন" (কীৰ্ত্তন)।
- মহাকালmahākālaNoun
মহাদেবৰ সংহাৰ-কালত ধৰা ক'লা ভয়ানক ৰূপ; ৰুদ্ৰ; শিব
God Śiva, especially in his destructive form or character
- মহাকাল-পুৰmahākāla-puraNoun
পাতাল; যেনে-'মহাকাল-পুৰ পশি কৱষ্ণ কৱপাময়" (কীৰ্ত্তন)।
- মহাকাশmo.ha.kaxAbstract Noun
পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰলৈ থকা খালি ঠাই
the space beyond the atmosphere of the Earth
- মহাকাশ-অভিযাত্ৰীmo.ha.kax-o.bhi.jat.riCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- মহাকাশচাৰীmo.ha.kax.sa.riCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- মহাকাশবিজ্ঞানmo.ha.kax.bi.gyanAbstract Noun
পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰৰ ভৌতিক জগতখনৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন।
The science of exploring and explaining the physical world beyond the earths atmosphere.
- মহাকাশযাত্ৰীmo.ha.kax.jat.riCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- মহাকাশযানmo.ha.kax.janAbstract Noun
Vehicle for travelling in outer space
- মহাকুম্ভmo.ha.kum.bhoAbstract Noun
সাধাৰণ কুম্ভমেলা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত হয়৷ প্ৰতি ছয় বছৰ মূৰত হৰিদ্বাৰ আৰু প্ৰয়াগত (এলাহাবাদ) অৰ্ধকুম্ভ আয়োজিত হয়৷ প্ৰতি বাৰ বছৰৰ মূৰত প্ৰয়াগ, হৰিদ্বাৰ, উজ্জ্বয়িনী আৰু নাসিকত পূৰ্ণকুম্ভ আয়োজিত হয়৷ বাৰটা পূৰ্ণকুম্ভ অৰ্থাৎ প্ৰতি ১৪৪ বছৰৰ মূৰত প্ৰয়াগত আয়োজিত হয় মহাকুম্ভ৷
The Kumbh Mela (sometimes specifically called Purna Kumbh or "full Kumbha"), occurs every 12 years at a given site.Ardh Kumbh ("Half Kumbh") Mela occurs between the two Purna Kumbha Melas at Prayag and Haridwar.The Maha Kumbh occurs after 12 Purna Kumbh Melas i.e. every 144 years.
- মহাকৃতিmo.ha.kri.tiAbstract Noun
মানুহে ভবামতে কোনো লেখক, কলাকাৰ বা সংগীতজ্ঞৰ সৰ্বোত্তম সৃষ্টি৷
a work of art,music or literature that people think is the best/greatest that the artist/musician/writer has ever produced.
- মহাকৰ্মmo.ha.kor.moAbstract Noun
মানুহে ভবামতে কোনো লেখক, কলাকাৰ বা সংগীতজ্ঞৰ সৰ্বোত্তম সৃষ্টি৷
a work of art,music or literature that people think is the best/greatest that the artist/musician/writer has ever produced.
- মহাকৰ্ষmahākarṣaNoun
বিশ্বৰ সকলো জড় পদাৰ্থৰ পাৰস্পৰিক আকৰ্ষণ
gravitation
- মহাকৰ্ষণmo.ha.kor.xonAbstract Noun
The force of attraction or the property of any particle of matter to attract or be attracted, like the moon is kept in its path by the gravitation of earth
- মহাগাণনিকmo.ha.ga.no.nikCommon Noun
এখন ৰাজ্য বা দেশৰ বিত্তীয় লেখা পৰীক্ষা সংক্ৰান্তীয় সৰ্ব্বোচ্চ বিষয়া
head of the audit team in a state or the country
- মহাগুৰুmahāguruNoun
পিতৱ, মাতৱ, আচাৰ্য্য; পতি-এই চাৰিজন।
- মহাগ্ৰীৱmo.ha.gribCommon Noun
Long legged animal found in desert areas that have one hump (Arabian camel) or two humps (Bactrian camel)
- মহাচ্ছায়mo.has.sayCommon Noun
one of the species of Ficus, also known as Bengal fig, Indian fig, East Indian fig, Indian Banyan, endemic to Bangladesh, India and Sri Lanka.It produces prop roots which grow downwards as slender vine. Once these roots reach the ground, they take root and grow into woody trunks that can become indistinguishable from the main trunk.
- মহাজগতmo.ha.jo.gotAbstract Noun
যিকোনো ঠাইতে থকা সকলোবোৰ
everything that exists anywhere