কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিভ্ৰান্তিকাৰকbi.bhran.ti.ka.rokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- বিভ্ৰান্তিজনকbi.bhran.ti.jo.nokProper Adj.
ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷
Containing or characterized by error and mistakes.
- বিমতbimataNoun
অমত; অসম্মতি
disagreement; unwillingness
- বিমনbimanaAdjective
মন মৰা; আনন্দহীন; বিমৰ্ষ
cheerless; sad
- বিমলbimalaAdjective
নিৰ্ম্মল; নিকা; পবিত্ৰ
clean; pure
- বিমিশ্ৰbimiśraAdjective
মিহলি।
- বিমীয়bi.mi.yoProper Adj.
মাত্ৰাৰ সংখ্যা উল্লেখ থকা; যেনেঃ বহুমাত্ৰিক
having the number of dimensions mentioned e.g. multi dimensional
- বিমুকুতbimukutaAdjective
মুকলি
loose; untied
- বিমুক্তbimuktaAdjective
মুক্ত
free
- বিমুখbimukhaAdjective
পাছলৈ বা আন এফালে মুখ কৰা
having the face turned away or behind
- বিমুখকৃতbi.mukh.kri.toProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- বিমুগ্ধbimugdhaAdjective
অতিশয় মুগ্ধ।
- বিমুদ্ৰাকৃতbi.mud.ra.kri.toVerbal Adj.
(টকা বা তেনে বস্তু) যাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰা হৈছে
withdrawn (money or the like) from use
- বিমূঢ়bimūṛhaAdjective
বিভ্ৰান্ত; অজ্ঞ ; মূৰ্খ।
- বিমূৰ্চ্ছিতbimūrcchitaAdjective
"মূৰ্চ্ছিত" চোবাঁ।
- বিমূৰ্তbi.mur.toProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- বিমূৰ্ত্তbi.mur.toProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- বিমৃষ্যকাৰীbi.mri.syo.ka.riProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- বিমোচকProper Adj.
প্ৰবল আৱেগৰ মুক্ত প্ৰকাশৰ জৰিয়তে মানসিক সকাহ দিয়া
giving psychological relief through the open expression of strong emotions
- বিমোহbimohaAdjective
মুগ্ধ
charmed; enchanted