বিমুখ
bimukha
অৰ্থ
1.
পাছলৈ বা আন এফালে মুখ কৰা
having the face turned away or behind
বিণ.
2.
কোনো কাৰ্য্যত আগ নবঢ়া; পৰাঙ্মুখ; আস্হা নথকা
unwilling; not forward
বিণ.
3.
নিৰাশ কৰি ওলটাই পঠোবা
sent away disappointed
বিণ.
4.
মুখা-মুখিকৈ নথকা অবস্হা; যেনে -"আমাক বিমুখে বধি অধৰ্ম্ম লভিলা" (ৰামায়ণ)
a position in which the contending parties are not face to face
বিণ.
5.
অনুপস্হিতি
absence
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ