কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেতেৰি চোবাbeteri, cobāVerb root
বাৰম্বাৰ একে কথাকে কৈ থাক্
to repeat again and again
- বেত্ৰদণ্ডbe.tro.don.doVerbal Noun
বেতেৰে অথবা চাবুকেৰে কৰা আঘাত
punishment with the whip.
- বেত্ৰপ্ৰহাৰbe.tro.pro.harVerbal Noun
বেতেৰে অথবা চাবুকেৰে কৰা আঘাত
punishment with the whip.
- বেত্ৰাঘাতbe.tra.ghatVerbal Noun
বেতেৰে অথবা চাবুকেৰে কৰা আঘাত
punishment with the whip.
- বেথা-ৰুপেAdverb
চেনেহৰ চিন দেখুবাই; মৰমত; যেনে-"এনেয়ে বেথা-ৰুপে মাছকেইটা দিলে"
out of, or as a sign of love
- বেদ-পাঠbed-pathVerbal Noun
বেদ পঢ়া বা আবৃতি কৰা কাৰ্য্য
recitation or perusal of the Vedas
- বেদখলbe.do.kholVerbal Noun
আইন-বিৰুদ্ধ দখল, অৰ্থাত্ আনৰ অধিকাৰ, সম্পত্তি আদিত পৰ্য্যায়ক্ৰমে, গোপনে বা অভিসন্ধিমূলক ভাৱে গ্ৰাস কৰা
to intrude gradually, stealthily, or insidiously upon the rights, property, etc, of another
- বেদখল কৰ্be.do.khol korVerb-Trans.
To deprive (another) of the possession or occupancy of something, such as real property.
- বেদখলমুক্তVerbal Adj.
বেআইনী দখলৰ পৰা মুক্ত বা বেদখলদাৰীক আঁতৰাই পেলোৱা (মাটি বা সম্পত্তি)
free from encroachment, i.e. the act of taking control or possession of something, especially land
- বেদনা পাbe.do.na paVerb-Trans.
বেদনা অনুভৱ কৰ্
to be painful or to cause to pain
- বেদনাকাতৰbe.do.na.ka.torVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- বেদনাপূৰ্ণbe.doVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- বেনামীকৈAdverb
নাম উল্লেখ নকৰাকৈ (লিখা)
(something authored) without mentioning the name of the author
- বেনামীভাৱেbe.na.mi.bha.weAdverb
নাম উল্লেখ নকৰাকৈ (লিখা)
(something authored) without mentioning the name of the author
- বেবাbebāIntransitive verb
আটাহ পাৰ্ (গৰু, ছাগলী)
to bellow or to blest, as a cow or goat
- বেলবেলনিbel.be.lo.niVerbal Noun
খৰকৈ অনৰ্গল কোৱা কথা৷
very fast, continuous talk.
- বেলবেলাbelabelāIntransitive verb
লেব্লেবা।
- বেলাই-পোহৰেbelāi-pohareAdverb
বেলি আৰু পোহৰ থাকোঁতে
before dusk; in day light
- বেলি কৰ্be.li korVerb-Intran.
To fail to keep up with time
- বেলিয়ে পতিbeliẏe, patiAdverb
প্ৰতিবাৰে
every time