← ফুৰি যাওক

বেতেৰি চোবা

beteri, cobā

অৰ্থ

1.

বাৰম্বাৰ একে কথাকে কৈ থাক্

to repeat again and again

ধা.

2.

কথাৰ বান্ধ নেৰ্; একে কথাকে ধৰি থাক্

not to yield

ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ