কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিবৰ্জিতbibarjitaAdjective
বৰ্জ্জিত; এৰা
abandoned; given up
- বিবৰ্জ্জিতbibarjjitaAdjective
বৰ্জ্জিত; এৰা
abandoned; given up
- বিবৰ্ণbibarṇaAdjective
বেয়া বৰণ হোবা; ৰং নথকা; মলিন হোবা; নিস্তেজ
pale; wane
- বিবৱতbibawataAdjective
প্ৰপঞ্চ; বিস্তাৰিত
explained in detail
- বিভংগProper Adj.
সৰু-সৰু টুকুৰা কৰি পেলোৱা।
separated into smaller pieces.
- বিভক্তbibhaktaAdjective
অংশ কৰা; ভাগ কৰা
divided; partitioned
- বিভগbibhagaAdjective
বিভিন্ন; বেলেগ; পৱথক
separate; distinct
- বিভঙ্গbibhaṅgaAdjective
ভাগি-ছিগি যোবা; থান-বান হোবা
dispersed; dissipated
- বিভছbibhachaAdjective
কদাকাৰ, বেয়া, কুৰূপ, ঘৱণাজনক,
ugly
- বিভঞ্জbibhañjaAdjective
কুৎসিত; ভেঙুৰা-ভেঙুৰি
odd-looking
- বিভাগীয়bi.bha.gi.yoAdjective Adj.
কোনো এটা ডাঙৰ প্ৰতিষ্ঠানৰ বিভাগ বা শাখা সম্বন্ধীয়।
pertaining to a division of a complex whole or organized system.
- বিভাজিতbi.bha.ji.toVerbal Adj.
দুই বা ততোধিক ভাগত যাক ভাগ কৰা হৈছে
seperated into two or more parts
- বিভাজ্যbibhājyaAdjective
ভাগ কৰিব লগীয়া; ভাজ্য।
- বিভাষিতbi.bha.xi.toProper Adj.
provide or brighten up with light.
- বিভিন্নbibhinnaAdjective
বেলেগ; ভিন্ন; পৱথক
distinct; separate
- বিভূষিতAdjective
অলঙ্কাৰ আদিৰে সজোবা
decorated; adorned
- বিভোলbibholaAdjective
মগ্ন; মুগ্ধ
charmed
- বিভোৰbibhoraAdjective
মগ্ন; মুগ্ধ
charmed
- বিভ্ৰাটbibhrāṭaAdjective
বিপৰীত; বি. বিপৰ্য্যয়; যেনে-"বিচাৰ-বিভ্ৰাট"
inconsistent; contrary
- বিভ্ৰান্তbibhrāntaAdjective
ভ্ৰম বা ভুলযুক্ত
erring