কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বস্ত্তbasttaNoun
দ্ৰব্য; সম্পত্তি; পদাৰ্থ
matterl thing; substance
- বস্ত্ত-তত্ত্বNoun
পদাৰ্থ-বিজ্ঞান
Physical science
- বস্ত্ত-প্ৰকাশNoun
আচল বস্ত্ত বা ঈশ্বৰ-তত্ত্বৰ জ্ঞান প্ৰচাৰ
revealing the real truth of religion
- বস্ত্ত-বাহানিNoun
বয়-বস্ত্ত
articles etc. personal luggage
- বস্ত্ত-বিচাৰNoun
জগতত বস্ত্তবিলাকৰ স্বৰূপ, গুণ আৰু পৰস্পৰৰ সম্বন্ধৰ আলোচনা
study of objects of nature; physical science
- বস্ত্ৰbastraNoun
কাপোৰ
cloth; clothing
- বস্ত্ৰহৰণVerbal Noun
আৱৰণশূন্য কৰা বা বলপূৰ্বক কাপোৰ খুলি দিয়া কাৰ্য্য
the act of striping someone naked.
- বহঁতbaham̐taNoun
"ডেবা" চোবাঁ।
- বহতাbahatāNoun
"খাতোবাল" চোবাঁ।
- বহতীয়াbahatīẏāNoun
"খাতোবাল" চোবাঁ।
- বহনNoun
বহা কাৰ্য্য
act of sitting
- বহন নিয়ন্ত্ৰণাদেশAbstract Noun
A government order to regulate movement of motor vehicles and/or people
- বহনক্ষমতাbo.hon.khyo.mo.taAbstract Noun
<br>[a] The maximum number of persons or things that a vehicle or a receptacle can carry: a van with a carrying capacity of 12. <br>[b] Ecology. The maximum number of individuals that a given environment can support without detrimental effects.
- বহনাbahanāNoun
মৰম; চেনেহ
love; affection
- বহনিbahaniNoun
মৈদাৰ খুৰা
the wooden handle of a fish-cutting knife
- বহলbahalaAdjective
পথালিয়ে অধিক; বিস্তৱত
broad; wide
- বহলে জাঁপbo.ho.le ja~pVerbal Noun
খেল-ধেমালিত দূৰত্ব অতিক্ৰম কৰিবলৈ মৰা জাঁপ ৷
a sporting event in which players try to jump as far forward as possible after running up to a line.
- বহাbahāNoun
অলপ দিন থকা বা প্ৰবাসত থকা ঘৰ; সামান্য ঘৰ
a temporary house; a camp; a hut
- বহাগbahāgaNoun
হিন্দুমতে প্ৰথম মহা
the first month of the Hindu year
- বহাগিbahāgiNoun
দোলাভাৰীয়ে কান্ধ সলাবলৈ লগত নিয়া মূৰত খাজ কটা মাৰি
a pole carried by a litter bearer to relieve the shoulders