← ফুৰি যাওক

বহা

bahā

অৰ্থ

1.

অলপ দিন থকা বা প্ৰবাসত থকা ঘৰ; সামান্য ঘৰ

a temporary house; a camp; a hut

বি.

2.

দবা; তললৈ সুমা; বহুবা

to press down; to lower; to place upon something

সক. ধা.

3.

অধীনলৈ আন্; দমন কৰ্; শাস্তি দি

to subdue; to punish

সক. ধা.

4.

জয় লাভ কৰ্; কৱতকাৰ্য্য হ; সম্পূৰ্ণৰূপে সফল বা সিদ্ধ হ

to succeed fully

অক. ধা.

5.

সিজা; সিদ্ধ কৰ্; তাপৰ দ্বাৰা কোমল বা নৰম কৰ্

to cook

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহা · অসমীয়া অভিধান