কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰতীয়মানpratīẏamānaAdjective
যিটো বুজা বা জনা হৈছে।
- প্ৰতুলpro.tulProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- প্ৰত্নpratnaAdjective
প্ৰাচীন; পূৰ্ব্বেৰ
proto
- প্ৰত্নতাত্বিকprot.no.tat.tikProper Adj.
প্ৰাচীন সংস্কৃতিৰ অধ্যয়ন, বিশেষকৈ খনন আৰু ভৌতিক অৱশেষৰ অধ্যয়নৰ সৈতে জড়িত।
Related to the study of ancient culture, esp. by excavation and analysis of physical remains.
- প্ৰত্নপ্ৰস্তৰProper Adj.
প্ৰত্নপ্ৰস্তৰ যুগ প্ৰাৰম্ভিক পৰ্যায়ক বুজোৱা হয়, যিটো প্ৰায় ২৫ লাখ বছৰ ধৰি চলিছিল আৰু ইয়াত আদিম শিলৰ সঁজুলিৰ ব্যৱহাৰ জড়িত আছিল৷
refers to the early phase of the Stone Age, which lasted around 2.5 million years and involved the use of primitive stone tools.
- প্ৰত্যক্ষpratyakṣaAdjective
চকুৰে দেখা; ইন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধ হোবা
visible to the eye; perceived by the senses
- প্ৰত্যাগতpro.tya.go.toVerbal Adj.
যি আগৰ স্থিতি বা অৱস্থালৈ ঘূৰি আহিছে
one who came back to previous or original position or state
- প্ৰত্যাশাজনকpro.tya.xa.jo.nokAdjective Adj.
(কাৰোবাৰ)ভাল হ’ব যেন লগা; মনে বিচৰা কিবা ভবা মতে হ’ব যেন লগা৷
showing hope or making somebody believe that something s/he wants will happen
- প্ৰত্যাশিতpro.tya.xi.toVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- প্ৰত্যাসন্নProper Adj.
অনতি পলমে নিশ্চিতভাৱে ঘটিবলগীয়া৷
ready to take place; hanging threateningly over one's head
- প্ৰত্যায়িতpro.tya.yi.toProper Adj.
কোনো পৰীক্ষা বা চাকৰিৰ বাবে বিশ্বস্ত লোক বা উচ্চপদস্থ বিষয়াই প্ৰমাণিত কৰি দিয়া স্বাক্ষৰযুক্ত (নথিপত্ৰ আদি)
A certificate or document which certify or signature by any higher officers to produce any examination or jobs.
- প্ৰত্যাৰোপিতpro.tya.ro`.pi.toVerbal Adj.
(মানুহ বা জন্তুৰ দেহত) শল্য চিকিৎসাৰ জড়িয়তে প্ৰতিস্থাপন কৰা (কলা, অংগ বা কৃত্ৰিম অংশ)
(tissue, organ or artificial parts) inserted and placed surgically (in the body of a person or animal)
- প্ৰত্যুৎপন্নমতিpratyutpannamatiNoun
অস্হিৰ বা বিতত নহৈ ততালিকে বুদ্ধি উলিয়াই কাম কৰিব বা কথা ক'ব পৰা শক্তি
presence of mind
- প্ৰত্যেকpratyekaAdjective
অনেকৰ ভিতৰত পৱথকাই কোবা এটা; এটা
Each; every
- প্ৰত্যয়জনকpro.tyoy.jo.nokProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- প্ৰত্যয়যোগ্যpro.tyoy.jo`.gyoProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- প্ৰত্যৰ্পিতpro.tyor.pitVerbal Adj.
যিটো ঘূৰাই দিয়া হৈছে
which has been given back
- প্ৰথমprathamaAdjective
আদি
first; beginning
- প্ৰথম শ্ৰেণীpro.thom sre.niAdjective Adj.
বিশ্ববিদ্যালয় আদিৰ পৰা কোনো বিষয়ত ৬০% বা ততোধিক নম্বৰ পাই উপাধি লাভ কৰা লোকক বুজাবলৈ ব্যৱহাৰ কৰা৷
used to describe a student or a group of students placed in the highest group/bracket for a university degree/diploma. e.g. He has a first class in M.A.
- প্ৰথাগতProper Adj.
প্ৰথা বা পদ্ধতি সম্পৰ্কীয়
of or relating to a system