← ফুৰি যাওক

প্ৰত্যক্ষ

pratyakṣa

অৰ্থ

1.

চকুৰে দেখা; ইন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধ হোবা

visible to the eye; perceived by the senses

বিণ.

2.

ইন্দ্ৰিয়ৰ দ্বাৰা পোবা (জ্ঞান)

obtained by the eye

বিণ.

3.

দৱষ্টি; যেনে-"আনন্দ-স্বৰূপঃ মোৰ দিব্য ৰূপঃ প্ৰত্যক্ষতে পাবে লাগ" (ৰত্নাবলী)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰত্যক্ষ · অসমীয়া অভিধান