কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেকৰা মেকৰাProper Adj.
ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে
A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again
- কেঙমৰাProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- কেচকেইচাProper Adj.
ভালকৈ নিসিজা
not properly cooked
- কেচেমা কেচেমke.se.ma ke.semProper Adj.
কেঁচা মাছৰ নিচিনা গোন্ধ ।
like a fish, smelling like a raw fish
- কেচেমা কেচেমাProper Adj.
কেঁচা মাছৰ নিচিনা গোন্ধ ।
like a fish, smelling like a raw fish
- কেচেৰাkecerāAdjective
বিজাতৰীয়া; দুষ্ট; নটীয়া
degenerate; wicked; depraved
- কেচ্ কেচী, কেচ কেচীয়াAdjective
দন্দ্ হাই কৰি থকা; মনে মনে থাকিব নোবৰা
quarrelsome; brawling; wrangling
- কেটকেটীয়াket.ke.ti.yaProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- কেটাৰীয়াProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- কেটেং মেটেংke.teng me.tengProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- কেটেকেটীয়াket.ke.ti.yaAdjective Adj.
টানকৈ কোৱা কথা৷
words uttered in harshness.
- কেটেঙাkeṭeṅāAdjective
ক্ষীণ; দুৰ্ব্বল (মানুহ)
weak; lean
- কেটেপা কেটেপAdjective
চোবাওঁতে লিকটা লগা
tough
- কেটেহাkeṭehāAdjective
বেয়া গোন্ধ থকা; দুৰ্গন্ধ-যুক্ত
stinking; disagreeable to the olfactory nerves
- কেটেৰাkeṭerāAdjective
খঙেৰে টানকৈ মতা; কৰ্কশ; মনত দুখ দিয়া কটু (মাত)
spoken harshly and angrily; gruff
- কেটেৰীয়াAdjective
খিংখিঙীয়া; অলপতে খং কৰি উঠা; জেঙেৰা মৰা
peevish; irritable
- কেটোমণি ক`লাAdjective Adj.
অতি মাত্ৰা ক’লা ৰঙৰ
extremely black or dark as pitch
- কেটোৰ-ক'লাkeṭora-ka'lāAdjective
অতিপাত ক'লা।
- কেটৌমেটৌProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- কেট্কেটীয়াAdjective
কেট্কেটাই থকা।