কেটেৰা
keṭerā
অৰ্থ
1.
খঙেৰে টানকৈ মতা; কৰ্কশ; মনত দুখ দিয়া কটু (মাত)
spoken harshly and angrily; gruff
বিণ.
2.
খঙেৰে টানকৈ আৰু চুম্বককৈ কোবা কথা; ডাবি; জেঙেৰা
curt words uttered harshly and angrily
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ