কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাঁহ্hām̐hIntransitive verb
হাস্য কৰ্; মুখ মেৰি দাঁত উলিয়াই আনন্দ প্ৰকাশ কৰ্
to laugh
- হাই-কাজিয়াhai-ka.ji.yaVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- হাইছ-লাইছhais-laisVerbal Noun
ৰেং-ধেমালি; মতা-তিৰোতাই কাম-ভাবত কৰা আলাপ বা ধেমালি
amorous sport; delliance
- হাইজেকVerb-Trans.
বেআইনীভাৱে (এখন বিমান, জাহাজ বা বাহন) জব্দ কৰ্ আৰু ইয়াক বেলেগ গন্তব্যস্থানলৈ যাবলৈ বাধ্য কৰ্ বা নিজৰ উদ্দেশ্য সাধনৰ অৰ্থে ব্যৱহাৰ কৰ্ ৷ জোৰপূৰ্বক অৱৰোধ কৰ্ ৷
unlawfully seize (an aircraft, ship, or vehicle) in transit and force it to go to a different destination or use it for one`s own purposes.
- হাউল্ha.ulVerb-Intran.
To move from the normal upright position.
- হাও হাও কৰেhāo, hāo, kareAdverb
ডাঙৰকৈ শব্দ কৰি; হোক্ হোক্ কৰে
loudly
- হাক দেhak deVerb-Trans.
to restrain or stop someone from doing something
- হাগ্hāgIntransitive verb
শৌচ কৰ্; পেটৰ মল ত্যাগ কৰ্
to evacuate bowels
- হাচঁটি বজাha.so.ti-bo.jaVerb-Trans.
আনৰ কামত লাগি বাধা জন্মা
to take part in the affairs of others, and thus creating obstruction
- হাচিল কৰ্ha.sil korVerb-Trans.
কোনো কাম পৰিকল্পনা মতে কৰি শেষ কৰ৷
to do or perform something, especially in a planned way.
- হাছিল কৰ্ha.sil korVerb-Trans.
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
to receive or come to have possession, use, or enjoyment of
- হাজাৰগুণেha.jar.gu.neAdverb
কিবা এটাতকৈ হাজাৰবাৰ বেছি৷
thousand times as much
- হাটে-ঘাটেha.te-gha.teAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- হাটে-বজাৰেha.te-bo.ja.reAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- হাটে-বাটেAdverb
য'তে ত'তে
everywhere; in any place whether right or wrong
- হাত ডাংhat dangVerb-Trans.
To give up or hand over oneself, esp. to enemy
- হাত তোল্hat to`lVerb-Trans.
হাত বা কোনো অস্ত্ৰেৰে কাৰোবাক আঘাত কৰ্ ৷
Strike persistently and violently
- হাত ধোhat.dho`Verb-Trans.
to disjoin or break a relationship of friendship, close alliance etc
- হাত ধৰি চল্hat dho.ri solVerb-Trans.
নিয়মমতে অলপীয়াকৈ খৰচ কৰ্ ৷
Spend or use sparingly or frugally.
- হাত ধৰ্hat dhorVerb-Trans.
নিয়মমতে অলপীয়াকৈ খৰচ কৰ্ ৷
Spend or use sparingly or frugally.