কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তপ্Intransitive verb
তপস্যা কৰ্
to observe religious austerity
- তবধ মানto.bo.dh manVerb-Intran.
হঠাতে অতি আশ্চৰ্য্য-চকিত হোৱা
fill with wonder, strike with sudden and usually great wonder or surprise
- তবলা-লহৰাto.bo.la-lo.ho.raVerbal Noun
তবলাৰ স্বতন্ত্ৰ বাদন
a solo performance on theTabla (with or without accompanying instruments)
- তবলাবাদনto.bo.la.ba.donVerbal Noun
তবলাৰ স্বতন্ত্ৰ বাদন
a solo performance on theTabla (with or without accompanying instruments)
- তবহুtabahuAdverb
তথাপিত্ত; যেনে-"তবহু অন্ত নাহি জানা" (বৰগীত)।
- তবেtabeAdverb
তেতিয়া; তেনে অবস্হাত
then, in that case
- তভুtabhuAdverb
তথাপি; তেও।
- তভোtabhoAdverb
তথাপি; তেও।
- তম্ভা ৰখাTransitive verb
গতি ৰোধ কৰ্; যেনে-"তম্ভাইলা বিমান নুপুহায় সিটো ৰাতি" (দশম)
to cause to stop
- তম্ভ্tambhIntransitive verb
জিৰা; শান্ত হ; শঁতা; বিশ্ৰাম ল্
to rest; to stop awhile
- তম্গম্tom.gomVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- তল-ওপৰ কৰ্tol-o`.por korVerb-Trans.
বহুতো বস্তুৰ মাজত কোনো বিশেষ বস্তু পাত-পাত কৰি বিচাৰ্
to search for something among a lot of other things
- তলক্to.lokVerb-Intran.
চকুৰে সংবেদন অনুভৱ কৰা
to come in visual contact
- তলতto.lotVerbal Adj.
তললৈ গৈ থকা
Moving or extending in a lower direction
- তলপ্ তলপ্talap, talapAdverb
মুখ তপালি; খাওঁতে মুখেৰে শব্দ কৰি; বেগাই বেগাই (খা)
smacking lips when eating; quickly
- তলব কৰ্Verb-Trans.
তথ্য বা স্পষ্টীকৰণ বিচাৰ্
to seek information or clarification
- তলমূৱাtol.mu.waVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- তলেtaleIndeclinable
তল ফালে
below; under
- তলে পুতল দেto.le pu.tol deVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- তলে-ওপৰেto.le-o`.po.reAdverb
তললৈ আৰু ওপৰলৈ, অৰ্থাৎ সকলো ফালে
upwards and downwards, i.e. on all sides