তম্ভ্
tambh
অৰ্থ
1.
জিৰা; শান্ত হ; শঁতা; বিশ্ৰাম ল্
to rest; to stop awhile
অক. ধা.
2.
জীয়াই থাক; তিষ্ঠ্; টিক্; যেনে-"উদ্ভণ্ডালি কৰি ফুৰা মানুহ সৰহ দিন নতম্ভে"
to live; to prosper
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ