কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰতিকংকro.ti.kong.koProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ৰতিপৰায়ণro.ti.po.ra.yonProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ৰতিবিহ্বলro.ti.bih.bolProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- ৰতীয়াratīẏāAdjective
এক ৰাতি জোখৰ বা পৰিমাণৰ
weighing one-sixth of an anna
- ৰত্ন-গৰ্ভাAdjective
বহু-মূলীয়া ৰত্ন বা সু-সন্তান উৎপন্ন কৰা, যেনে-"ৰত্নগৰ্ভা বসুমতী"
bearing jewels or good children
- ৰত্নখচিতrot.no.kho.sitAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰত্নমণ্ডিতrot.no.mon.di.toAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰত্নশোভিতrot.no.xo`.bhi.toAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰতৰতীয়াProper Adj.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
- ৰদradaAdjective
অগ্ৰাহ্য কৰা; ৰহিত কৰা; নথকা কৰা; যেনে -"হুকুম ৰদ কৰিলে"
cancelled
- ৰদীAdjective
[আ. ৰদ্দী] বিণ. অকামিলা; অজোখা; বিজোখ হোবা
unsuitable; unfit; out of proper measure
- ৰদীয়াradīẏāAdjective
ঘুণীয়া
defective
- ৰদ্দীrod.diProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- ৰন্ধন সম্পৰ্কীয়Proper Adj.
of, relating to, or used in cooking or the kitchen.
- ৰন্ধনশাল সম্পৰ্কীয়Proper Adj.
of, relating to, or used in cooking or the kitchen.
- ৰবিবৰীয়াrabibarīẏāAdjective
দেওবাৰে জন্মা বা হোবা
born or occurring on Sunday
- ৰমক জমকro.mok jo.mokProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰমক্জমকramakjamakaAdjective
কাপোৰ অলঙ্কাৰ আদিৰে বৰকৈ শোভিত হোবা বা ধুন মৰা
dressed in showy clothes and ornaments; gaudy
- ৰমন্যাসবাদীProper Adj.
যি ৰমন্যাসবাদৰ স’তে জড়িত
anything related to the particular literary genre, romanticism
- ৰমন্যাসিকro.mo.nya.xikProper Adj.
যি ৰমন্যাসবাদৰ স’তে জড়িত
anything related to the particular literary genre, romanticism