কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শব্দহীনProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- শব্দাতীতxob.da.titProper Adj.
বৰ্ণনাৰ অসাধ্য, বাক্যৰে প্ৰকাশ কৰিব নোৱাৰা|
Not describable; too extraordinary for description.
- শব্দানুগxob.da.nugProper Adj.
কিহবাৰ কথিত অথবা লিখিত ৰূপৰ সৈতে হুবহু একে
word for word; exactly as spoken or written
- শব্দানুৰূপীProper Adj.
কোনো ধ্বনি বা স্বৰৰ সৈতে সঙ্গতি থকা শব্দ সম্বন্ধীয় |
The naming of a thing or action by a vocal imitation of the sound associated with it (as buzz, hiss)
- শব্দায়মানxob.da.yo.manVerbal Adj.
শব্দেৰে বা ধ্বনি-প্ৰতিধ্বনিৰে পূৰ্ণ
made an echoing sound, or sounded loudly
- শব্দোত্তৰxob.do’t.torProper Adj.
শব্দৰ গতিবেগ (৩৪০ মিটাৰ/ছেকেণ্ড,১০৮৭ ফুট/ছেকেণ্ড বা ১২২৫ কিমি/ঘণ্টা)-তকৈ বেছি গতি সম্পন্ন
Any speed over the speed of sound , which is approximately 340 m/s, 1,087 ft/s or 1,225 km/h
- শব্দৰহিতxob.do.ro.hitProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- শমিতśamitaAdjective
প্ৰশমিত; যিহক শান্ত কৰা হৈছে
subdued
- শমীśamīAdjective
শমযুক্ত।
- শয্যাগতśayyāgataAdjective
নৰিয়াৰ কাৰণে বিচনাত পৰি থকা
confined to bed owing to illness
- শয্যাশায়ীxo.jya.xa.yiProper Adj.
বেমাৰ, দুৰ্ঘটনা আদিৰ ফলত শয্যা এৰিব নোৱাৰা অৱস্থা |
confined to bed for illness.
- শলা-শলśalā-śalaAdjective
শলাৰ নিচিনা গোটা; গোটা-গোট; নভগা নিছিগা (চাউল আদি)
whole and distinct; unbroken
- শলাগনীয়xo.la.go.ni.yoProper Adj.
শলাগ ল`বলগীয়া
deserving or inspiring admiration or approval
- শলাগীxo.la.giProper Adj.
কোনোবাই সহায় কৰাৰ পিছত শলাগ লোৱা৷
Feeling or showing appreciation for assitance provided
- শলালśalālaAdjective
টেঙৰ; ধূৰ্ত্ত
cunning
- শল্শলীয়াśalśalīẏāAdjective
শলিৰ নিচিনা নিমজ আৰু পোন
smooth and straight
- শশব্যস্তVerbal Adj.
শহাৰ দৰে অতিশয় ব্যস্ত হৈ থকা
very busy like a rabbit
- শশাঙ্ক- ধবলAdjective
চন্দ্ৰৰ কিৰণৰ নিচিনা বগা ৰূপ যেন উজ্জ্বল; যেনে-"শশাঙ্ক-ধবল নিশা অতি বিতোপন" (শঙ্কৰদেব)
like brilliant moon-shine
- শস্তাxos.taProper Adj.
কম খৰচৰ, আপেক্ষিক ভাৱে কম দামী
costing very little; relatively low in price
- শস্য-শ্যামলাProper Adj.
শস্যৰে ভৰি থকা
with plenty of crops