← ফুৰি যাওক

শলা-শল

śalā-śala

অৰ্থ

1.

শলাৰ নিচিনা গোটা; গোটা-গোট; নভগা নিছিগা (চাউল আদি)

whole and distinct; unbroken

বিণ.

2.

কেয়োপিনে বা বহুত বাট থকা (হাবি)

having many paths

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ