কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পণ্ডিতাভিমানীpaṇḍitābhimānīAdjective
আপোনাক পণ্ডিত বুলি অহঙ্কাৰ কৰা; পণ্ডিত নহৈও পণ্ডিতালি দেখুওবা; ডাঙৰ পণ্ডিতৰ দৰে কথা কোবা
pedantic; vainly making a show of learning
- পণ্যpaṇyaAdjective
বেচিব লগীয়া; যেনে-"পণ্য দ্ৰব্য;"
saleable
- পণ্য চিহ্নAdjective Adj.
a symbol, word, or words legally registered or established by use as representing a company or product.
- পতঙ্গভোজীpo.tong.go.bho’.jiProper Adj.
কীট-পতঙ্গ বা পোক-পৰুৱা খাই জীৱন নিৰ্বাহ কৰা জন্তু বা গছ ৷
An animal or plant that feeds mainly on insects.
- পতনুবাpatanubāAdjective
পতানেৰে মিহলি (ধান)
mixed with blighted corn
- পতনুৱাpo.to.nu.waVerbal Adj.
ভিতৰত শাহ নথকা পতানেৰে মিহলি বা পতানৰ নিচিনা
the state of (rice grain) being deteriorated due to blight
- পতহিওবাAdjective
act of slicing; sliced
- পতহিওৱাpot.hi.o`waVerbal Adj.
পাতলকৈ বনোৱা চকল ।
Prepared by cutting into thin flakes.
- পতাল-ফুটাAdjective
পতাললৈকে বিন্ধা থকা; বৰ দ (পুখুৰী বা নাদ)
very deep
- পতিঘাতিনীpo.ti.gha.ti.niVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.
- পতিতpatitaAdjective
পৰা
fallen
- পতিত-পাবনpatita-pābanaAdjective
পাপীক উদ্ধাৰ কৰা
saving the sinner
- পতিব্ৰতাAdjective
আপোনাৰ স্বামীকে সদায় চিন্তি থকা; সতী; পতি-পৰায়ণা
devoted to the husband; faithful
- পতিহন্তাpo.ti.hon.taVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.
- পতিৱত্নীpo.ti.wot.niProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- পতীয়াProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পতুবাpatubāAdjective
অধিক পাত থকা, গুটি কম ধৰা
abounding in leaves (rather than in fruits)
- পতোবাAdjective; Noun
causing to be laid; caused to be laid
- পত্ৰবহুলProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পত্ৰমুকুলProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing