কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰতিশোধমূলকpro.ti.xo`dh.mu.lokProper Adj.
প্ৰতিশোধ লোৱা বা পোটক তোলাৰ উদ্দেশ্যে কৰা (কাৰ্য্য)
(an act) done in order to take revenge
- প্ৰতিশোধাত্মকpro.ti.xo`dhat.mokProper Adj.
প্ৰতিশোধ লোৱা বা পোটক তোলাৰ উদ্দেশ্যে কৰা (কাৰ্য্য)
(an act) done in order to take revenge
- প্ৰতিশ্ৰুতpratiśrutaAdjective
দিম বুলি অঙ্গীকাৰ কৰা
promised
- প্ৰতিশ্ৰুতিপূৰ্ণpro.ti.sru.ti.pur.noProper Adj.
ভৱিষ্যতে কিবা এটা হোৱাৰ সম্ভাৱনা দেখুওৱা৷
having or showing the capacity to develop into something in the future."a campaign to woo potential customers"
- প্ৰতিশ্ৰুতিসম্পন্নpro.ti.sru.ti.xom.pon.noProper Adj.
ভৱিষ্যতে কিবা এটা হোৱাৰ সম্ভাৱনা দেখুওৱা৷
having or showing the capacity to develop into something in the future."a campaign to woo potential customers"
- প্ৰতিষেধকpro.ti.xe.dhokAbstract Noun
দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যিকোনো দ্ৰৱ্য
any preparation used as a preventive inoculation to confer immunity against a specific disease, usually employing an innocuous form of the disease agent, as killed or weakened bacteria or viruses, to stimulate antibody production.
- প্ৰতিষ্ঠিতpro.tis.thi.toProper Adj.
যিটো স্থাপন অথবা গ্ৰহণ কৰা হৈছে ৷
Brought about or set up or accepted.
- প্ৰতিসৰিতpro.ti.xo.ri.toVerbal Adj.
প্ৰতিসৰণ ঘটা, অৰ্থাৎ পোহৰ, শব্দ, তাপ আদিয়ে এটা মাধ্যমৰ পৰা ভিন্ন তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট আন এক মাধ্যমলৈ গতি কৰোঁতে দিশৰ পৰিৱৰ্ত্তন হোৱা
subjected to refraction, i.e. the change of direction of a ray of light, sound, heat, or the like, in passing obliquely from one medium into another in which its wave velocity is different
- প্ৰতিহতpratihataAdjective
আহত; আঘাতপ্ৰাপ্ত; বাধাপ্ৰাপ্ত।
- প্ৰতিৰক্ষামূলকpro.ti.ro.khya.mu.lokAdjective Adj.
কাৰোবাক বা কিহবাক আক্ৰমণৰ পৰা ৰক্ষা কৰা কিন্তু নিজে প্ৰথমে আক্ৰমণ নকৰা (নীতি, কৌশল)৷
protective or protecting somebody/something against an attack
- প্ৰতিৰোধকাৰকpro.ti.ro`dh.ka.rokProper Adj.
ৰোধ কৰিবপৰা ।
making efforts in opposition, preventing movements
- প্ৰতিৰোধীpro.ti.ro`.dhiVerbal Adj.
যি কৰা বা হোৱাত বাধা দিয়ে
which prevents or impedes from acting, happening or doing
- প্ৰতীকধৰ্মীpro.tik.dhor.miProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- প্ৰতীকসূচকProper Adj.
যিয়ে কিছুমান চিন্তা বা ধাৰণা গঠনৰ ইংগিত দিয়ে বা নেতৃত্ব দিয়ে৷
it means something that implies or leads to the formation of certain thoughts or ideas.
- প্ৰতীকাত্মকpro.ti.kat.mokProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- প্ৰতীকীpro.ti.kiProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- প্ৰতীচ্যpro.ti.syoAdjective Adj.
পশ্চিমত থকা, পশ্চিমৰ ফালৰ বা পশ্চিমৰ পৰা অহা।
situated in or towards the west; coming from the west.
- প্ৰতীপpratīpaAdjective
(জ্যামিতি) ঠিক বিপৰীতফালে থকা, যেনে- প্ৰতীপ-কোণ; ; প্ৰতিকূল।
opposite angle
- প্ৰতীভৱProper Adj.
আৰ্ এন্ এ বা পৰিপূৰক ডি এন্ এ-ৰপৰা উদ্ভৱ এটা জিনৰ সৈতে সম্পৰ্ক থকা, যি ডি এন্ এ-ৰ এডাল সূত্ৰৰ ওলোটা দিশত সজ্জিত
of or pertaining to a gene that is derived from RNA or complementary DNA, is inserted in reverse orientation into a strand of DNA
- প্ৰতীয়মানAdjective
[সং.] বিণ. প্ৰত্যয় জন্মোবা; বিশ্বাস কৰা
believed