প্ৰতিষ্ঠিত
pro.tis.thi.to
অৰ্থ
1.
যিটো স্থাপন অথবা গ্ৰহণ কৰা হৈছে ৷
Brought about or set up or accepted.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
বেপাৰ অথবা আন কিবা কাম কৰি সুকলমে ঘৰ চলাবলৈ সক্ষম হোৱা ৷
Being able to set up and run successfully a business, system, etc.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ