কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ৰুচবিদ্ধkrus.bid.dhoVerbal Adj.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটা বান্ধি বা গঁজাল মাৰি মৃত্যুদণ্ড দিয়া
put to death by nailing or binding the hands and feet to a cross
- ক্ৰুচবিদ্ধ কৰ্krus.bid.dho korVerb-Trans.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটাত গঁজাল মাৰি মৃত্যুদণ্ড দে
put someone to death by nailing in a cross
- ক্ৰুচবিদ্ধকৰণVerbal Noun
ক্ৰছবিদ্ধ হৈ ঘটা মৃত্যু
Death on the cross
- ক্ৰুছবিদ্ধkrus.bid.dhoVerbal Adj.
ক্ৰুছ বা যোগ চিহ্নৰ আকৃতিৰ খুটা বান্ধি বা গঁজাল মাৰি মৃত্যুদণ্ড দিয়া
put to death by nailing or binding the hands and feet to a cross
- ক্ৰোকVerbal Noun
কৰ্ত্তৃত্বশীলভাৱে কোনো সম্পত্তি লৈ লোৱা কাৰ্য্য
the act of taking possession of something by authority
- ক্ৰোধদৃষ্টিkro`dh.dris.tiVerbal Noun
খং বা বিৰক্তি প্ৰকাশ কৰোঁতে চেলাউৰি কোঁচ খোৱা কাৰ্য্য |
A facial expression of dislike or displeasure.
- ক্ৰয় কৰ্kroy korVerb-Trans.
ধনৰ বিনিময়ত কোনো বস্তু আহৰণ কৰা।
to obtain sth in exchange of money.
- কঢ়া-আঁজোৰাVerbal Noun
পৰস্পৰে পৰস্পৰৰ বস্তু টনা-টনি কৰা কাৰ্য
the act of snatching things from one another
- কঢ়িয়াkaṛhiẏāIntransitive verb
এঠাইৰপৰা আন ঠাইলৈ তুলি বৈ নি
to carry; to convey
- কয়kaẏaVerb
কবি; কবে; যেনে-"শ্যাম শৰীৰে শোভে পীতবাস। ভুবন ভুলি কয়ো পৰকাশ" (বৰগীত)
- কয়লkaẏalaVerb
কৰিলে।
- কয়লিkaẏaliVerb
কৰিলে।
- কয়োkaẏoVerb
কবি; কবে; যেনে-"শ্যাম শৰীৰে শোভে পীতবাস। ভুবন ভুলি কয়ো পৰকাশ" (বৰগীত)
- কৰkaraTransitive verb
নিৰ্ম্মাণ কৰ্; সাজ্; নোহোবাক হোবালৈ আন্; যেনে-"ঘৰ কৰ্; উপায় কৰ্; "
to make; to create; to perform
- কৰ লগাkor lo.gaVerb-Trans.
কোনো বস্তু বা সেৱাত কৰ আৰোপ কৰ
to impose tax upon something
- কৰকমলেষুko.ro.ko.mo.le.xuAdverb
মান্যলোকক চিঠি-পত্ৰযোগে কৰা সম্বোধন ৷
an honorific address in letters.
- কৰচ্karacTransitive verb
কৰ্-কৰ্ শব্দ কৰি দাঁতেৰে ৰেপি ৰেপি কামোৰ্ বা কুট্
to gnaw
- কৰতkarataNoun
একাণে বা দুই কাণে দাঁৰ থকা আৰু ৰেপি কাঠ আদি ফলা বা কটা লোৰ অস্ত্ৰ
a saw
- কৰতহুkaratahuTransitive verb
কৰি; যেনে-"জাকেৰি চাকৰী কৰতহু গতি পাতকী পায়" (বৰগীত)।
- কৰতহোঁkaratahom̐Transitive verb
কৰাঁ (অনুজ্ঞা); যেনে -"কৰতোহোঁ স্নান সুনহ মেৰি বাপ" (বৰগীত)।