কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মলশুদ্ধিAbstract Noun
মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য
The act of discharging waste from the body through the anus.
- মলহাmalahāNoun
দ-চানেকীয়া ঠাইত গজা সেগেলা জাতিৰ এবিধ কোমল আৰু ৰসাল বন বা ঘাঁহ
a kind of rush
- মলাmalāNoun
এবিধ বাটৰ নিচিনা, চৰুতকৈ সৰু মাটিৰ পাত্ৰ
a small earthen cup
- মলা ধঁপাতmo.la dho~.patMaterial Noun
বাঁহৰ চুঙাত খুন্দি ভৰোৱা লালীত লেটিওৱা শুকান পাত ধঁপাত ৷
Dried tobacco leaves dipped in jaggery and stuffed tightly in bamboo containers.
- মলা-চৰুmalā-caruNoun
মলাতকৈ কিছু ডাঙৰ চৰু; একঠীয়া চৰু
a small earthen vessel for cooking
- মলা-ধঁপাতmalā-dham̐pātaNoun
ধঁপাতৰ শুকান পাত লালীৰ লগত মলি বা খুন্দি চিলিমত লগাই ধোঁবা খাবলৈ তৈয়াৰ কৰা বস্ত্ত
a preparation of tobacco for smoking
- মলাশয়Material Noun
দেহৰ বৰ্জনীয় বস্তুবোৰ জমা হোৱা, মলদ্বাৰৰ অলপ ওপৰত থকা বৃহদন্ত্ৰৰ প্ৰধান অংশ, যি অংশ ক্ষুদ্ৰান্ত্ৰতকৈ চুটি, কিন্তু শকত; (এই অংশত জল শোষণ আৰু মল প্ৰস্তুত কাৰ্য সংঘটিত হয়)৷
- মলিনতাmo.li.no.taVerbal Noun
a mark or sign of disgrace, a trace of an undesirable quality or substance.
- মলীয়াmalīẏāNoun
মালা গঁথা মানুহ; মালা যোগনিয়াৰ; আহোম ৰজাৰ দিনৰ বামুণৰ এটা খেল [এই খেলৰ বামুণে ৰজা ঘৰত ফুলৰ মালা যোগাব লাগিছিল।]।
- মলুবাmalubāNoun
শকত, ডাঙৰ মতা বান্দৰ
a big male monkey
- মলুবা-বান্দৰmalubā-bāndaraNoun
শকত, ডাঙৰ মতা বান্দৰ
a big male monkey
- মলুৱা বান্দৰmo.luwa ban.dorCommon Noun
অসমীয়া বান্দৰৰ বিস্তৃতি উত্তৰ-পূব ভাৰত, বাংলাদেশ, বাৰ্মা, নেপাল, চীন, থাইলেণ্ড, ভিয়েটনাম আদি ঠাইত পোৱা যায় | এটা প্ৰাপ্তবয়স্ক মতা অসমীয়া বান্দৰৰ ওজন প্ৰায় ৭ কিলোগ্ৰাম হয় | ইয়াৰ মুখমণ্ডলত কোনো নোম নেথাকে আৰু নেজডাল চুটি হয় | দেহৰ বৰণ পাতল মটীয়া | সাধাৰনতে অসমীয়া বান্দৰৰ মুখখন ওফোন্দা হয় বাবে মতা অসমীয়া বান্দৰক মলুৱা বান্দৰ বুলিও কোৱা হয় যদিও আজিকালি মতা মাইকী দুয়োকে মলুৱা বান্দৰ বুলি কোৱা হয় |
The Assamese macaque is found in the countries of Bangladesh, Bhutan, Burma, Cambodia, China, Laos, Nepal, Thailand, and Vietnam. This species is found in various forest habitats throughout its range, from montane forests to semideciduous forests.This species has cheek pouches to carry food in while it forages. The average body mass for an adult male Assamese macaque is around 7 kilograms, and for the females it is around 5 kilograms. This species has a short tail, and there is no hair on the face. The color ranges from dark to yellowish-brown.The Assamese macaque has a multimale-multifemale social system. Females remain in their natal group with the onset of maturity, but males will disperse shortly before adolescence. There is a hierarchical system amongst group members based upon the matriline.The Assamese macaque consumes fruits, leaves, insects, and small mammals; this species especially likes to eat immature leaves. Group sizes range from 10 to 50 individuals in the wild. This is a diurnal species.
- মল্-মল্mal-malNoun
এবিধ বগা পাতল কপাহী ভাও কাপোৰ
soft muslin
- মল্লmallaNoun
মাল; অস্ত্ৰ নোলোবাকৈ খালি হাতেৰে যুঁজ কৰা মানুহ
a wrestler
- মল্ল বৰুৱাmol.lo bo.ru.waCommon Noun
আহোম ৰজাৰ দিনৰ মল্ল যুদ্ধ আয়োজন কৰা বিষয়া৷ অসমৰ উপাধি বিশেষ৷
A official of Ahom King who practiced and arranged wrestling sports.
- মল্লবীৰmol.lo.birCommon Noun
অস্ত্ৰ নোলোৱাকৈ খালী হাতেৰে যুঁজ কৰা মানুহ ।
A person who takes part in the sport of wrestling.
- মল্লযুদ্ধmol.lo.jud.dhoVerbal Noun
খালী হাতেৰে এজনে আন এজনক প্ৰহাৰ আৰু বগৰাই কৰা যুদ্ধ ৷
The sport/act of hand-to-hand struggle between unarmed contestants who try to throw each other down.
- মল্লযোদ্ধাmol.lo.jo`d.dhaCommon Noun
অস্ত্ৰ নোলোৱাকৈ খালী হাতেৰে যুঁজ কৰা মানুহ ।
A person who takes part in the sport of wrestling.
- মল্লাৰmallāraNoun
বৰগীতৰ এবিধ ৰাগ; সঙ্গীতৰ এটা ৰাগৰ নাম
a kind of melody in Hindu music
- মল্লিকাmallikāNoun
এজাতি বগা ফুল
the Arabian jasmine; Jasmimum Eambac