কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিঃশব্দতাnih.xob.do.taAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নিঃশ্বাসniḥśbāsaNoun
নিশ্বাস।
- নিঃশ্ৰেয়সniḥśreẏasaNoun
মঙ্গল; জ্ঞান; মুক্তি।
- নিঃসঙ্গতাnih.xong.go.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- নিঃসঙ্গিতাnih.xong.gi.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- নিঃসম্পাতnih.xom.patAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- নিঃসাৰণniḥsāraṇaNoun
বহিষ্কৰণ বিণ. খেদাই দিয়া; দূৰ কৰা
expelled
- নিঃসাৰিতniḥsāritaNoun
বহিষ্কৰণ বিণ. খেদাই দিয়া; দূৰ কৰা
expelled
- নিঃস্বনniḥsbanaNoun
শব্দ; যেনে-"কোনে দিব বংশীৰ নিস্বান" (কীৰ্ত্তন)
sound
- নিঃসৰণniḥsaraṇaNoun
বাহিৰ ওলোবা; বিণ. নিঃসৱত।
- নিঅ`প্লাজমMaterial Noun
দেহৰ কোনো অংশ পানী জমা হোৱা, আঘাত, বীজাণুৰ সংক্ৰমণ আদিৰ ফলত অস্বাভাৱিক ভাৱে ফুলি উঠা।
an abnormal enlargement or protuberance, as that resulting from edema, injury or infection etc.
- নিঅ`প্ৰিনMaterial Noun
তেল, পানী আদি প্ৰতিৰোধী গ্লভছ আদি তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে নিৰ্মিত কৃত্ৰিম ৰবৰ
a synthetic rubber made by a chemical process that is used for gloves and wet suits that resist oil, water etc.
- নিউniuAbstract Noun
ফেঁচাই মতা মাত
A loud raucous cry (as of an owl)
- নিউ ইয়ৰ্কniu i.yorkProper Noun
আমেৰিকা যুক্তৰাষ্ট্ৰ এখন ৰাষ্ট্ৰ।
New York is a state in the Northeastern and Mid-Atlantic regions of the United States.
- নিউক্লীয় আৱৰণMaterial Noun
কোষৰ ভিতৰত থকা কোষকেন্দ্ৰটোক আৱৰি থকা দুতৰপীয়া আৱৰণ
the double membrane surrounding the nucleus within a cell
- নিউজিলেণ্ডniu.ji.lendProper Noun
অষ্ট্ৰেলিয়াৰ পূবত ওচেলিয়াৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰত থকা এখন দ্বীপৰাষ্ট্ৰ৷
New Zealand is an island country in the south-western Pacific Ocean.
- নিউটনniu.tonProper Noun
মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক বিজ্ঞানী
A scientist famous for discovering gravity.
- নিউট্ৰনniu.tronAbstract Noun
পদাৰ্থৰ নিউক্লিয়াছত থকা এবিধ আধানবিহীন কণা ৷
The neutron is a subatomic nuclear particle with no net electric charge.
- নিউট্ৰন অপৱৰ্তনAbstract Noun
ঘনীভূত পদাৰ্থৰ গঠন অনুসন্ধানৰ কৌশল
the technique for investigating the structure of condensed matter
- নিউট্ৰন অভিৱাহAbstract Noun
প্ৰতি একক সময় আৰু আয়তনত সকলো মুক্ত নিউট্ৰনে অতিক্ৰম কৰা মুঠ দূৰত্ব
the total distance traveled by all free neutrons per unit time and volume