কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অনাবিলanābilaAdjective
নিৰ্ম্মল
pure
- অনাবিষ্কৱতanābiṣkawataAdjective
অপ্ৰকাশিত; আবিষ্কৱত নোহোবা; নেদেখা হৈ থকা
undiscovered
- অনাবৃতo.na.bri.toProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- অনাবৱতanābawataAdjective
আবৱত নকৰা; মুকলি; ঢাকি নোথোবা
uncovered; open
- অনাভুৱাo.na.bhu.waProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- অনাভৃতVerbal Adj.
(ক) চোৱা, লৰচৰ কৰা বা ভিতৰুৱা আয়োজনত বাধা নথকা(খ) বন্ধ কৰি ৰাখিব পৰা কোনো পথৰ মাজেদি অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়া
[a] free of obstructions to sight, movement, or internal arrangement[b]set so as to permit passage through the opening it can be used to close.
- অনামকo.na.mokProper Adj.
কোনো নাম নথকা বা প্ৰকাশ নকৰা
Having or bearing no name.
- অনামীo.na.miProper Adj.
নিজৰ নাম নজনোৱা, নিলিখা বা গোপনে ৰখা (লোক)।
whose name is not known or not made public.
- অনাময়anāmaẏaAdjective
নিৰোগী; সুস্হ; নিৰাময়; নিঘুণী
healthy; sound
- অনালোকিতo.na.lo’.kitProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light
- অনাশিনProper Adj.
যাক নাশ কৰিব নোৱাৰি
that cannot be destroyed
- অনাশ্যo.na.syoProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- অনাশ্ৰিতAdjective
আশ্ৰয় নথকা বা নোপোবা; নিৰাশ্ৰয়
unprotected; having no shelter or refuge
- অনাশয়Proper Adj.
আত্মা নোহোৱা
lacking soul or character
- অনাসক্তanāsaktaAdjective
আসক্ত নোহোবা; নিৰ্লিপ্ত; অনুৰাগ নথকা
free from attachment
- অনাহকanāhakaNoun
অবাৰ; অদৰকাৰ
want of necessity
- অনাহতanāhataAdjective
আঘাত নোপোবা; অক্ষত; নতুন
unbeated; fresh
- অনাহাৰীAdjective
উপবাসী; লঘোনীয়া
fasting
- অনাহূতanāhūtaAdjective
অনিমন্ত্ৰিত
uninvited
- অনায়কanāẏakaNoun
অধ্যক্ষ বা নেতাৰ বাহিৰে আন মানুহ
person other than the leader or owner