কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিল্পকাৰNoun
কাৰিকৰ
an artisan
- শিল্পকৌশলxil.po.kou.xolAbstract Noun
শিল্পকাৰ্য্যত থকা পাৰ্গতালি বা শিল্পীয়ে কৰা সৃষ্টিমূলক কাৰ্য্য
the act or skill of a craftsperson or artisan; the quality of something made, as by an artisan
- শিল্পকৰNoun
কাৰিকৰ
an artisan
- শিল্পকৰ্মAbstract Noun
The artistic element of any product
- শিল্পবিদxil.po.bidCommon Noun
Skilled manual worker who practices a craft or art
- শিল্পশালাMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- শিল্পশালিxil.po.xa.liCommon Noun
সুকুমাৰ কলা চৰ্চাৰ প্ৰতিষ্ঠান
an institute of fine arts
- শিল্পাগাৰMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- শিল্পায়নxil.pa.yonVerbal Noun
ব্যাপক পৰিসৰত উদ্যোগ গঢ়ি তোলা
development of industry in a large scale
- শিল্পীNoun
শিল্পকৰ
an artist; a mechanic
- শিশিৰśiśiraNoun
জাৰকালি; পুহ-মাঘ মাহ
the cold season
- শিশিৰ কালxi.xir kalAbstract Noun
শৰত্ আৰু বসন্ত ঋতুৰ মাজত ঠাণ্ডাৰ ঋতু
the cold season between autumn and spring
- শিশিৰকণাxi.xir.ko.naMaterial Noun
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
- শিশিৰাংকxi.xi.rang.koAbstract Noun
যি উষ্ণতাত বায়ুত প্ৰকৃততে থকা জলীয় বাষ্পখিনি বায়ুক সংপৃক্ত কৰিবৰ বাবে ঠিক যথেষ্ট হয়
the temperature to which air must be cooled, at a given pressure and water-vapor content, for it to reach saturation; the temperature at which dew begins to form
- শিশুśiśuNoun
সৰু টুবুকা-টুবুক পাতেৰে এবিধ বৰ ওখ- ডাঙৰ বিদেশী গছ [ইয়াৰ কাঠ ক'লা বৰণৰ আৰু বৰ টান]
Dalbergia Sissoo
- শিশু আদালতxi.xu. a.da.lotMaterial Noun
A juvenile court is a court that having special authority to try and pass judgments for crimes committed by children. who have attained the age of 6 to 18 years.
- শিশু চিকিৎসকxi.xu si.kit.sokCommon Noun
শিশুৰ ৰোগ আৰু যতনৰ বিশেষজ্ঞ ডাক্তৰ
a specialist in the care of babies
- শিশু চিকিৎসাxi.xu si.kit.saAbstract Noun
কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালী, তেওঁলোকৰ ৰোগৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা ভাগ৷
a branch of medicine dealing with children and their diseases.
- শিশু দিৱসxi.xu di.woxProper Noun
প্ৰতি বছৰে "চৈধ্য নবেম্বৰ" দিনটো ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসৰ প্ৰতি শ্ৰদ্ধাজনাই "শিশু দিৱস" হিচাপে পালন কৰা হয় ৷ শিশুপ্ৰাণ "নেহৰু খুৰা" আছিল শিশুসকলৰ অতি আদৰৰ ৷ শিশু দিৱসৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ উন্নত বিকাশ, শিক্ষা আৰু স্বাস্থ্যৰ বাবে চিন্তা কৰি শিশুসকলক অধিক সুবিধা প্ৰদান কৰা ৷
Children’s Day is celebrated on November 14 every year. This date marks the birth anniversary of independent India’s first Prime Minister Pandit Jawaharlal Nehru as he was very fond of children. Children's day is celebrated on this day in recognition of his lifelong passion and work for children.
- শিশু ন্যায়ালয়xi.xu nya.ya.loyMaterial Noun
A juvenile court is a court that having special authority to try and pass judgments for crimes committed by children. who have attained the age of 6 to 18 years.