← ফুৰি যাওক

শিশু

śiśu

অৰ্থ

1.

সৰু টুবুকা-টুবুক পাতেৰে এবিধ বৰ ওখ- ডাঙৰ বিদেশী গছ [ইয়াৰ কাঠ ক'লা বৰণৰ আৰু বৰ টান]

Dalbergia Sissoo

বি.

2.

সন্তান; কম বয়সীয়া ল'ৰা বা ছোবালী

a child

বি.

3.

যেই সেই জন্ত্তৰ সন্তান

the young of any animal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিশু · অসমীয়া অভিধান