কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বল্লমballamaNoun
বৰ্শা; যাঠা।
- বল্লীbol.liCommon Noun
গছ, দেৱাল অথৱা মাটিত বগাই থকা এবিধ তৃণ
A plant with a weak stem that derives support from climbing, twining, or creeping along a surface
- বল্লৰbol.lorCommon Noun
গছ, দেৱাল অথৱা মাটিত বগাই থকা এবিধ তৃণ
A plant with a weak stem that derives support from climbing, twining, or creeping along a surface
- বল্লৰীballarīNoun
লতা; মঞ্জৰী
creeper
- বল্লৱbol.lobCommon Noun
গৰু চৰাবলৈ লৈ যোৱা মানুহ ৷ সাধাৰণতে গৰু চৰাবলৈ লৈ যোৱা ডেকা ল’ৰা ৷
A villager, especially adolescent who tends the cattle of the village and takes them out to graze.
- বলয়bo.loyMaterial Noun
খালি, গোলাকাৰ কেন্দ্ৰ-বিশিষ্ট এক বৃত্তাকাৰ বস্তু, ৰূপ, ৰেখা বা সাজোন
A circular object, form, line, or arrangement with a vacant circular center
- বলয়াbalaẏāNoun
হাতৰ ঠাৰিত পিন্ধা এডলীয়া খাৰু
a bangle worn round the wrist
- বলয়ী নলMaterial Noun
বলয়ী নল
বলয়ী নল
- বলয়ী প্ৰাণীbo.lo.yi pra.niCommon Noun
দেহটো কিছুমান বলয় বা আঙঠিৰে গঠিত, দ্বি-পাৰ্শ্বভাৱে সমমিত দীঘলীয়া দেহৰ প্ৰাণীৰ এক পৰ্ব।
a phylum of coelomate and usually elongated segmented invertebrates (as earthworms, various marine worms, and leeches).
- বলৰ ভ্ৰামকbo.lor bhra.mokAbstract Noun
কোনো ঘূৰণ অক্ষ সাপেক্ষে বলৰ ক্ৰিয়া ৰেখাৰ পৰা অক্ষৰ লম্ব দূৰত্ব আৰু বল ভেক্টৰৰ পূৰণফল।
the product of a focre vertor applied to a rotating axis and the perpenticular distance from the axis of rotation to the point of application of the force.
- বলৰামbalarāmaNoun
দৈবকীৰ পুতেক আৰু কৱষ্ণৰ ককায়েকৰ নাম
the name of the elder brother of Kṛṣṇa
- বলৰিপয়bo.lo.ri.poyProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- বশbaśaNoun
অধীনতা; তলতীয়া অবস্হা
subjugation; obedience
- বশিষ্ঠbaśiṣṭhaNoun
সূৰ্য্যবংশৰ কুল-গুৰু
the family-priest of the solar kings of Ayodhyā
- বশিষ্ঠ গংগাbo.xis.tho gong.gaProper Noun
মাজুলি মহকুমাৰ ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য উপনৈ৷
A tributary of Brahmaputra within Majuli island of Jorhat district.
- বশিষ্ঠ-গঙ্গাNoun
দিখৌ নৈ; যেনে-"দিখৌৰ বশিষ্ঠ-গঙ্গা নাম; আছিলন্ত ঋষি অনুপাম" (শঙ্কৰ-চৰিত)।
- বশিষ্ঠাশ্ৰমbo.xis.tha.sromProper Noun
A temple, located in the south-east corner of Guwahati city is a Shiva mandir constructed by Ahom King Rajeswar Singha along with gift of land 835 Bighas for the ashram. The history of the Basistha Ashram where the temple is located dates back to the Vedic age. According to legend the ashram was founded by the great saint Basistha (Vasishtha).
- বশীকৰণbaśīkaraṇaNoun
মন্ত্ৰেৰে বশ কৰা কাৰ্য্য; . বশ কৰা; মন্ত্ৰেৰে মোহিত কৰা (বিদ্যা, ঔষধি)
act of subduing by charm ; subduing or enchanting
- বশ্যতাbo.syo.taAbstract Noun
লোকৰ অধীন বুলি স্বীকাৰ কৰি আদেশ মানিবলৈ সন্মত হোৱা ।
The trait of being willing to yield to the will of another person or a superior force etc.
- বশৱৰ্তিতাbo.xo.bor.ti.taAbstract Noun
লোকৰ অধীন বুলি স্বীকাৰ কৰি আদেশ মানিবলৈ সন্মত হোৱা ।
The trait of being willing to yield to the will of another person or a superior force etc.