কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিধৰ্ম্মীbidharmmīNoun
আন ধৰ্ম্মৰ মানুহ
a follower of a different religion
- বিনচৰীয়াAdjective
অকালত জন্ম হোবা সম্পূৰ্ণ জাতত নুঠা; বিজতৰীয়া
degenerated
- বিনতbinataAdjective
নম্ৰ।
- বিনন্দbinandaAdjective
আনন্দময়; অতিশয় শুবনী
blissful; beautiful
- বিনন্দ-বিলাসNoun
আনন্দময় ধেমালি
pleasing pastime
- বিনন্দীয়াbinandīẏāAdjective
আনন্দময়; অতিশয় শুবনী
blissful; beautiful
- বিনম্ৰbinamraAdjective
অতি বিনয়ী
very polite
- বিনশ্বৰbinaśbaraAdjective
সদায় নথকা; নষ্ট হোবা
perishable; liable to destruction
- বিনষ্টbinaṣṭaAdjective
নষ্ট; হানি হোবা
destroyed; lost
- বিনা-দ্বিধাইbi.na-dwi.dhaiVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- বিনামূলীয়াbi.na.mu.li.yaProper Adj.
যি বস্তু কোনো দাম নিদিয়াকৈ পাব পাৰি৷
Things that has no price or cost attached to it
- বিনাশকাৰীbi.nax.ka.riProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- বিনাশগ্ৰস্তbi.nax.gros.toProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- বিনাশশীলbi.nax.xilProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- বিনাশীAdjective
নাশ কৰা (পু. অ.); যেনে-"দৈত্য-বিনাশী"।
- বিনিদ্ৰbinidraAdjective
নিদ্ৰাহীন; টোপনি নোহোবা
sleepless
- বিনিন্দিতbininditaAdjective
চেৰ পেলোবা; যেনে-"বদন বিনিন্দিত- চান্দা" (ভটিমা)
surpassing
- বিনিয়ুক্তbi.ni.yuk.toProper Adj.
কোনো কামত ব্যস্ত৷
which has been given an appointment
- বিনিৰ্গতbinirgataAdjective
নিষ্ক্ৰান্ত; বাহিৰ হৈ যোবা।
- বিনিৰ্জিতbi.nir.ji.toVerbal Adj.
যি কোনো যুদ্ধ বা খেলত হাৰিছে
one who has lost in a battle or game