কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰণিধানযোগ্যpro.ni.dhan.jo`.gyoProper Adj.
মনোযোগ দিবলগীয়া; মন কৰিবলগীয়া |
Conspicuously drawing attention to something or someone; seizing the attention.
- প্ৰণীতpraṇītaAdjective
কৰা; লিখা; ৰচিত; ৰচনা কৰা
composed; written
- প্ৰণয়ক্লিষ্টpro.noy.klis.toProper Adj.
প্ৰেম বা ভালপোৱাৰ বাবে অন্তৰ ভাগি যোৱা।
heart-broken, devastated for love.
- প্ৰণয়পীড়িতpro.noy.pi.ri.toProper Adj.
প্ৰেম বা ভালপোৱাৰ বাবে অন্তৰ ভাগি যোৱা।
heart-broken, devastated for love.
- প্ৰণয়পূৰ্ণProper Adj.
যৌন আকৰ্ষণৰ প্ৰৱল অনুভৱ দেখুওৱা বা থকা
showing or having strong feelings of sexual attraction
- প্ৰণয়লীলাProper Adj.
যৌন আকৰ্ষণৰ প্ৰৱল অনুভৱ দেখুওৱা বা থকা
showing or having strong feelings of sexual attraction
- প্ৰণয়াসক্তpro.no.ya.xok.toVerbal Adj.
ভালপোৱাৰ প্ৰতি আসক্ত
inclined or attracted towards love
- প্ৰণয়ীAdjective
মৰমৰ পাত্ৰ; চেনেহৰ
beloved
- প্ৰতাপীpro.ta.piProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- প্ৰতাৰণামূলকpro.ta.ro.na.mu.lokProper Adj.
ঘুৰাই-পকাই কোৱা বা কৰা, জটিল
complicated and difficult to understand, not simple and straight and often deceitful
- প্ৰতাৰিতpro.ta.ri.toProper Adj.
যাক প্ৰতাৰণা কৰা হৈছে তেনে ৷
Someone who has been mislead.
- প্ৰতিprati
উপস. সলনি, বিপৰীত, অনুৰূপ ইত্যাদি বুজোবা; যেনে -"প্ৰতিহিংসা; প্ৰতিকাৰ, প্ৰতিমূৰ্ত্তি"
a prefix signifying substitution, imitation, etc.
- প্ৰতিকূলpratikūlaAdjective
বিৰুদ্ধ; অনিষ্ট কৰা (দৈব)
adverse; unfavourable; inimical
- প্ৰতিকূলেpro.ti.ku.leProper Adj.
কোনো এটা দিশ অথবা মতবাদৰ বিপৰীত দিশ ৷
In a direction or course opposite to something.
- প্ৰতিক্ষণProper Adj.
প্ৰত্যেক মুহূৰ্তত
every moment
- প্ৰতিক্ৰমীpro.ti.kro.miProper Adj.
দুটা সংখ্যাৰ পূৰণফল এক হ’লে এটা আনটোৰ প্ৰতিক্ৰমী
If the product of two numbers is one, then they are called reciprocal of each other
- প্ৰতিক্ৰিয়াশীলpro.ti.kria.silProper Adj.
প্ৰগতিশীল সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিৰোধী
opposed to progressive social or political change
- প্ৰতিজ্ঞাৱদ্ধpro.ti.gya.wod.dhoVerbal Adj.
যিটো কৰা বা নকৰা সম্পৰ্কে ঘোষণা কৰা হৈছে, অৰ্থাত্ প্ৰতিজ্ঞা কৰা হৈছে
something declared to be or not to be done, given, etc., by one
- প্ৰতিধ্বনিতVerbal Adj.
(শব্দ) চাৰিওফালে বিয়পি পৰা, প্ৰতিধ্বনিত হোৱা
(of a sound) be repeated or reverberate after the original sound has stopped
- প্ৰতিনিধিত্বমূলকpro.ti.ni.dhit.to.mu.lokProper Adj.
কোনো গোট বা সমূহৰ বৈশিষ্ট্য ডাঙি ধৰিব পৰা আৰ্হি নমুনা
Containing typical specimens or samples of all or many classes