প্ৰতি
prati
অৰ্থ
1.
উপস. সলনি, বিপৰীত, অনুৰূপ ইত্যাদি বুজোবা; যেনে -"প্ৰতিহিংসা; প্ৰতিকাৰ, প্ৰতিমূৰ্ত্তি"
a prefix signifying substitution, imitation, etc.
2.
নিমিত্তে; ফালে (সম্বন্ধ পদৰ পাছত); যেনে-"তোমাৰ প্ৰতি"
for; towards
অব্য.
3.
লৈ; লাগি; (কৰ্ম্ম-কাৰকৰ পাছত); যেনে-"মহাৰঙ্গে চলি গৈলা গোকুলক প্ৰতি" (দশম)।
অব্য.
4.
পৱথকে এটা; যেনে-"প্ৰতি ঘৰ"
each one separately
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ