কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মন্বন্তৰmanbantaraNoun
প্ৰতিজন মনুবে ৰাজত্ব কৰা কাল (দেবতাৰ
- মন্মথmanmathaNoun
কামদেব; মদন
the god of love Cupid
- মন্যুmanyuNoun
ক্ৰোধ; খং; . b >2/b>। অসন্তোষ
resentment ; displeasure
- মন্হনmanhanaNoun
মথা বা ঘোঁটা কাৰ্য্য; গাখীৰ ঘুঁটি মাখন কৰা কাৰ্য্য
act of churning, stirring or shaking
- মনৰ জোৰmo.nor jo`rVerbal Noun
যি ইচ্ছা তাকে কৰিব পৰা ক্ষমতা
the power of doing according to wish
- মপফলCommon Noun
গ্ৰীষ্মপ্ৰধান আৰু উপ-ক্ৰান্তীয় অঞ্চলৰ খেতি কৰা আৰু মঙহাল, ৰসযুক্ত ফল লগা তালগছৰ দৰে এক ওখ গছ (কেৰিকা পাপায়া; গণ: কেৰিকেচি)। বহুদেশত এইবিধ ফল পুৱাৰ আহাৰত খোৱা হয়। ইয়াক চালাড, ৰসাল পানীয় আৰু আন আন খাদ্য প্ৰস্তুত কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। কেঁচা ফলত এক উৎসেচক থাকে, যাক বদহজমৰ ঔষধৰূপে আৰু মাংস কোমল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
Large palmlike plant (Carica papaya; family Caricaceae), cultivated throughout the tropics and warm subtropics, and its succulent juicy fruit. A popular breakfast fruit in many countries, it is also used in salads, pies, sherbets, juices, and confections. The juice of the unripe fruit contain an enzyme that is useful in various remedies for indigestion and in meat tenderizers
- মপেডmopedMaterial Noun
a type of low-powered motorcycle designed to provide economical and relatively safe transport with minimal licensing requirements. Mopeds were once all equipped with bicycle-like pedals (the source of the term, motor-pedal), to ride manually without engine power.
- মফচলmaphacalaNoun
ৰাজধানী বা নগৰৰ বাহিৰা ঠাই; গাওঁ
the country as opposed to town the country remote from head-quarters
- মফচলীয়াmoph.so.li.yaCommon Noun
গাঁৱত বাস কৰা লোক
A person of the rural area.
- মফছলmaphachalaNoun
ৰাজধানী বা নগৰৰ বাহিৰা ঠাই; গাওঁ
the country as opposed to town the country remote from head-quarters
- মফতৰ পাতCommon Noun
A small tree and/or its leaves used in Indian cooking
- মফস্বলmoph.solMaterial Noun
নগৰৰ পৰা আঁতৰত, নগৰতকৈ সৰু আৰু চুবুৰিতকৈ ডাঙৰ এক জনবসতি বা একেলগে থকা কিছুমান ঘৰ।
a small community or group of houses in a rural area, larger than a hamlet and usually smaller than a town.
- মবলকmabalakaNoun
নগদ টকা
ready money cash
- মমmamaNoun
মৌশিটা; . b >2/b>। উদ্ভিদ, জন্ত্ত বা পুঙত পোবা স্বাভাবিক বস্ত্তৰপৰা উৎপন্ন কৰা মৌশিটাৰ নিচিনা তেলীয়া বস্ত্ত
bee's wax ; wax; tallow
- মম-জমাmama-jamāNoun
কাপোৰৰ ওপৰত মম বা তেনেকুবা বস্ত্ত লিপি পানী সোমাব নোবৰাকৈ তৈয়াৰ কৰা এবিধ কাপোৰ
wax-cloth
- মমকাৰmo.mo.karAbstract Noun
মোৰ মোৰ বুলি ভবা কাৰ্য্য বা মানসিকতা |
An excessive regard for one's own talents or achievements; conceit, self-importance; acting with only one's own interests in mind.
- মমকৰাmamakarāNoun
মোৰ কৰ্ম্ম বা মই কৰা কৰ্ম্ম, এনেকুবা ভাব যেনে-"অহঙ্কাৰ মমকাৰ ভেজি......মোক্ষ লভে" (ক. গী.)
egotism
- মমতmamataNoun
মৰম; বেথা; দয়া; স্নেহ
love; affection; compassion
- মমতাmamatāNoun
মৰম; বেথা; দয়া; স্নেহ
love; affection; compassion
- মমতাহীনতাmo.mo.ta.hi.no.taAbstract Noun
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering