কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰগলভpro.go.lobhProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- প্ৰগলভ্pro.go.lobhProper Adj.
আপোনাৰ মিছা যশস্যা প্ৰকাশ কৰা; নিজকে নিজে প্ৰশংসা কৰা |
Characterized by or exhibiting excessive vanity.
- প্ৰগল্ভpragalbhaAdjective
অপমানৰ প্ৰতি ভয় নকৰি আগ বঢ়া
audacious
- প্ৰগাঢ়pragāṛhaAdjective
বৰ ডাঠ বা দ; অতিশয় গভীৰ
very deep
- প্ৰগুণpraguṇaAdjective
সাধু; সৰল
honest; upright
- প্ৰচলনহীনpro.so.lon.hinProper Adj.
বৰ্তমান ব্যৱহাৰ নোহোৱা হৈ যোৱা৷
no longer in use or no longer useful
- প্ৰচলিতpracalitaAdjective
সদায় চলি থকা
prevalent; current
- প্ৰচাৰবিমুখVerbal Adj.
নিজে কৰা ভাল কামৰ প্ৰচাৰ নিবিচৰা লোক
one who do not like publicity of his/her good deeds
- প্ৰচীণpra.sinProper Adj.
অতীত কালৰ সৈতে সম্বন্ধ থকা
related to the old times
- প্ৰচুৰpracuraAdjective
বহুত; যথেষ্ট; পৰ্য্যাপ্ত
much; abundant
- প্ৰচ্ছন্নpracchannaAdjective
লুকাই থকা
implicit
- প্ৰজাতpro.jatVerbal Adj.
জন্ম হোৱা
Brought into life by birth.
- প্ৰজাতান্ত্ৰিকpro.ja.tan.trik.Proper Adj.
কোনো এখন দেশৰ অথবা কোনো এক সংস্থাৰ, প্ৰণালীৰ অথবা সেই সম্বন্ধীয়, য’ত নেতাজন বাচনি অথবা ভোটদানৰ সহায়ত নিৰ্বাচিত কৰা হয় ৷
of or relating to a country, organization, or system in which leaders are chosen or decisions are made by voting.
- প্ৰজাতীয়pro.ja.ti.yoProper Adj.
কোনো বিশেষ জনগোষ্ঠী বা জাতিৰ চৰিত্ৰ সম্বলিত বা জনগোষ্ঠী বা জাতিৰ সৈতে জড়িত
pertaining to or characteristic of a people, esp. a group sharing a common and distinctive culture, religion, language, or the like.
- প্ৰজাবৎসলpro.ja.bot.solProper Adj.
সাধাৰণ প্ৰজাক ভাল পোৱা; যেনে- আকবৰ এজন প্ৰজাবৎসল ৰজা আছিল৷
fond of the common people.
- প্ৰজ্ঞাতpro.gyatProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- প্ৰজ্ঞাৱানpro.gya.banProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- প্ৰজ্বলিতprajbalitaAdjective
বৰকৈ জ্বলা (জুই)
blazing
- প্ৰণতpraṇataAdjective
যি প্ৰণাম কৰিছে; শৰণাগত।
- প্ৰণালীবদ্ধpro.na.li.bod.dhoProper Adj.
সুন্দৰকৈ সজোৱা বা শাৰী পাতি সজাই ৰখা
arranged or disposed in a neat, tidy manner or in a regular sequence