প্ৰগল্ভ
pragalbha
অৰ্থ
1.
অপমানৰ প্ৰতি ভয় নকৰি আগ বঢ়া
audacious
বিণ.
2.
ভয় নথকা; অকুণ্ঠিত; সাহসিক; মত্ত; যেনে-"তোমাৰ প্ৰগল্ভ প্ৰৌঢ়ি শুনি" (নামঘোষা)
bold; brave; headless; arrogant
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ