কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কোৱাকুই কৰ্ko`.wa.kui korVerb-Trans.
দুই বা ততোধিক ব্যক্তিৰ মাজত পৰস্পৰে মৌখিকভাৱে সংযোগ কৰ্
to verbally communicate interactively between two or more persons
- কোৱাৰি চেলেক্ko`.wa.ri se.lekVerb-Intran.
আশা ভঙ্গ হোৱা বাবে মন বেয়া কৰ্
to get disappointed
- কৌতুক কৰ্kou.tuk korVerb-Intran.
মানুহক হহুঁৱাবলৈ খুহুঁতীয়া কথা ক
To say something funny to make people laugh
- কৌতুকপূৰ্ণভাৱেAdverb
in a way which is intended to be funny.
- কৌশলগতভাৱেAdverb
কৌশল প্ৰয়োগ কৰি বা পৰিকল্পিত যোজনাৰ অংশৰূপে
in a way that relates to or involves a strategy or plan
- কৌশলপূৰ্ণভাৱেAdverb
কৌশল প্ৰয়োগ কৰি বা পৰিকল্পিত যোজনাৰ অংশৰূপে
in a way that relates to or involves a strategy or plan
- কৌষ্ঠকাঠিন্য ঘটাkous.tho.ka.thi.nyo gho.taVerb-Intran.
অতি কঠিন শৌচ হ৷
to make or render costive, that is, very hard stool that is hard to pass.
- ক্কচিতkkacitaIndeclinable; Adverb
কোনো ঠাইত
somewhere
- ক্লান্ত কৰklan.to korVerb-Trans.
অহৰহ আমনি কৰ্ অথবা শাৰীৰিক বা মানসিক ভাৱে অশান্তি কৰ্
to annoy continually, disturb physically or mentally
- ক্লান্ত হklan.to hoVerb-Trans.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ বাবে অধিক কাম কৰিবলৈ অপাৰগ হ।
become unfit to work any more as energy has been spent already.
- ক্লিক্klikVerbal Noun
Additional Parameters: pfx=.sfx1=.sfx2=.wrd=ক্লিক্
the action of pressing the button of a computer mouse.
- ক্লেশ দেklex deVerb-Trans.
অহৰহ আমনি কৰ্ অথবা শাৰীৰিক বা মানসিক ভাৱে অশান্তি কৰ্
to annoy continually, disturb physically or mentally
- ক্লেশপূৰ্ণklex.pur.noVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- ক্ষণনkhyo.nonVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- ক্ষণে ক্ষণেAdverb
এবাৰৰ পাছত এবাৰকৈ বহুবাৰ।
characterized by repeated occurances.
- ক্ষতবিক্ষতkhyo.to.bi.khyo.toVerbal Adj.
অনেক ঠাইত ঘা লগা, বৰকৈ কটা বা বিদীৰ্ণ কৰা ।
full of cuts and wounds.
- ক্ষতি কৰ্khyo.ti korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ক্ষতি ঘটাkhyo.ti gho.taVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ক্ষতিপূৰণ কৰ্khyo.ti.pu.ron korVerb-Trans.
লোকচান বা ক্ষতি হোৱাখিনি পূৰ হোৱাকৈ দে
To make good for the loss or damage suffered
- ক্ষতিপূৰণ দেkhyo.ti.pu.ron deVerb-Trans.
লোকচান বা ক্ষতি হোৱাখিনি পূৰ হোৱাকৈ দে
To make good for the loss or damage suffered