← ফুৰি যাওক

কোৱাকুই কৰ্

ko`.wa.kui kor

অৰ্থ

1.

দুই বা ততোধিক ব্যক্তিৰ মাজত পৰস্পৰে মৌখিকভাৱে সংযোগ কৰ্

to verbally communicate interactively between two or more persons

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোৱাকুই কৰ্ · অসমীয়া অভিধান